Kalpa Saikia

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

b0c75d50-9140-4a8e-aaea-8716e0d8d545

বৃহৎ পৰিমাণৰ গাঞ্জাৰ সৈতে ৰেইলৱে আৰক্ষীৰ জালত বিহাৰৰ যুৱক

আজি গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন বহিঃ ৰাজ্যৰ যুৱকক ৰেইলৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত লোকজনৰ নাম...

jiten dutta facebook post

স্বাধীনতা দিৱসক লৈ আলোচনাপন্থী আলফা নেতা জিতেন দত্তই দিয়া এটা ফেইচবুক পোষ্টৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়া

‘স্বাধীনতাৰ এই ৰঙীন পৰিবেশ কেৱল ধনী শ্ৰেণীৰ বাবেহে যেন অনুমান হয়।’ এক ফেইচবুক প’ষ্টযোগে স্বাধীনতা দিৱসৰ দিনটোতে এই মন্তব্য কৰে...

অসমীয়া জাতিৰ মাটি-ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে খানাপাৰাত ৰাষ্ট্রীয় পতাকা উত্তোলন সোণোৱালৰ

অসমীয়া জাতিৰ মাটি-ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে খানাপাৰাত ৰাষ্ট্রীয় পতাকা উত্তোলন সোণোৱালৰ

দেশৰ লগতে ৰাজ্যতো আজি পালন কৰা হয় ৭৩তম স্বাধীনতা দিৱস। খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাবে অনুষ্ঠিত স্বাধীনতা দিৱসৰ...

Assam Accord: AASU appeals PM Modi

স্বাধীনতা দিৱসতে ঘোষণা কৰক অসম চুক্তি কাৰ্য্যকৰীকৰণৰ কাৰ্য্যসূচী: মোদীলৈ আছু

ভাৰতৰ ৭৩সংখ্যক স্বাধীনতা দিৱসতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম চুক্তি কাৰ্য্যকৰীকৰণৰ সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰাটো বিচাৰিছে সদৌ অসম...

স্বাধীনতা দিৱসৰ দিনাই অসম চুক্তিৰ প্ৰত্যেক দফা কাৰ্য্যকৰী কৰিবলৈ সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰক : আছু

স্বাধীনতা দিৱসৰ দিনাই অসম চুক্তিৰ প্ৰত্যেক দফা কাৰ্য্যকৰী কৰিবলৈ সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰক : আছু

স্বাধীনতা দিৱসৰ দিনাই অসম চুক্তিৰ প্ৰত্যেক দফা কাৰ্য্যকৰী কৰিবলৈ সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে...

''Assam Accord and NRC Curse'': ''Save Northeast Day'' Message from Jatiyatabad Punar Nirman Samiti

অসম চুক্তি আৰু এন আৰ চি ‘‘অভিশাপ”: “উত্তৰ-পূব ৰক্ষা দিৱস’’ৰ বাৰ্তা

অসম চুক্তি আৰু ইয়াৰ আধাৰত প্ৰস্তুত এন আৰ চি “অভিশাপ”। এই বাৰ্তাৰে বুধবাৰে “উত্তৰ-পূব ৰক্ষা দিৱস” উদযাপন কৰিছে জাতীয়তাবাদ পুনৰ...

Bhaskar Kalita

স্বাধীনতা দিৱসত চহিদ ভাস্কৰ কলিতালৈ আৰক্ষীৰ সাহসিকতা বঁটা

অসম আৰক্ষীৰ বীৰ জোৱান তথা উপ পৰিদৰ্শক ভাস্কৰ কলিতাক মৰণোত্তৰভাৱে ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে  আৰক্ষী সাহসিকতা বঁটা প্ৰদান কৰা হ’ব।...

Hemen Pathak

হোটেল ঋতুৰাজৰ কৰ্মচাৰী হেমেনৰ মৃত্যুক হত্যা বুলি সন্দেহ; আত্মীয় উপস্থিত নোহোৱাকৈ মৃতদেহ নমোৱাত ক্ষোভ

গুৱাহাটী মহানগৰীৰ হোটেল ঋতুৰাজত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা হোটেলখনৰে কৰ্মচাৰী হেমেন পাঠকৰ পৰিয়ালটোৱে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী...

Tularam Gogoi Subansiri dam: Activist to move SC against NGT green signal

উচ্চতম ন্যায়ালয়লৈ সোৱণশিৰি বৃহৎ নদীবান্ধ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণক প্ৰত্যাহ্বান জনাই ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লৈছে অগপ নেতা তুলাৰাম গগৈয়ে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে...

Food Safety Hotels

অপৰিচ্ছন্নতা, অনুজ্ঞাপত্ৰহীনতা, ম্যাদ ওকলা মচলা; ফুড ছেফটি বিভাগে ৭ দিনলৈ বন্ধ ৰাখিব মহানগৰীৰ ৯খন হোটেল

আজি দুপৰীয়া ফুড ছেফটি পৰিদৰ্শকে গণেশগুৰিৰ কেইবাখনো হোটেল-ৰেষ্টুৰেণ্ট অতৰ্কিতে পৰিদৰ্শন কৰে। এই অভিযানটোত সামৰি লোৱা কেইবাখনো হোটেলক পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনুজ্ঞাপত্ৰ আদি...

Page 239 of 317 1 238 239 240 317

Stay Connected

Recent News