DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোটেল ঋতুৰাজৰ কৰ্মচাৰী হেমেনৰ মৃত্যুক হত্যা বুলি সন্দেহ; আত্মীয় উপস্থিত নোহোৱাকৈ মৃতদেহ নমোৱাত ক্ষোভ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 14, 2019 12:14 pm
Hemen Pathak

হেমেন পাঠকৰ ফাইল ফটো।

3.8k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ হোটেল ঋতুৰাজত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা হোটেলখনৰে কৰ্মচাৰী হেমেন পাঠকৰ পৰিয়ালটোৱে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে আৰু তদন্ত কৰি দোষীক শাস্তিৰ দাবী কৰে।

১৩ আগষ্টত হেমেনৰ মৃতদেহটো হোটেলখনৰ ৬নম্বৰ মহলাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল। তেওঁৰ ঘৰ কামৰূপ গ্ৰাম্যৰ ক্ষুদ্ৰ ডিমুত। পৰিয়ালৰ মতে, হেমেন বিগত প্ৰায় ৮বছৰ ধৰি হোটেলখনত কৰ্মৰত আছিল।

ভৰলুমুখ আৰক্ষীয়ে  প্ৰাথমিক তদন্তত আত্মহত্যা বুলি সন্দেহ কৰিছে যদিও এই কথা মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে।

আনহাতে পৰিয়ালৰ কোনো লোক উপস্থিত নোহোৱাকৈয়ে ভৰুলুমুখ আৰক্ষীয়ে মৃতদেহটো নমাই থানালৈ অনা কাৰ্য্যতো ক্ষুব্ধ হৈছে মৃত হেমেনৰ আত্মীয়সকল।

ঘটনাৰ উচিত তদন্তৰ দাবী কৰি পৰিয়ালৰ লোকে ১৩ আগষ্টত ভৰলুমুখ আৰক্ষী থানাত উপস্থিত হৈ এখন এজাহাৰ দাখিল কৰি ইয়াৰ উচিত তদন্ত কৰাৰ দাবী তুলিছে।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd