DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱসতে ঘোষণা কৰক অসম চুক্তি কাৰ্য্যকৰীকৰণৰ কাৰ্য্যসূচী: মোদীলৈ আছু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 14, 2019 9:48 pm
Assam Accord: AASU appeals PM Modi

সমুজ্জ্বল ভট্টাচাৰ্য্য।

2.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ৭৩সংখ্যক স্বাধীনতা দিৱসতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম চুক্তি কাৰ্য্যকৰীকৰণৰ সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰাটো বিচাৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

প্ৰধান মন্ত্ৰী মোদীৰ প্ৰতি এই আহ্বান জনাইছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

১৯৮৫ চনৰ স্বাধীনতা দিৱস উদযাপনত তদানীন্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে লালকিলাৰ পৰা দেশক সম্বুধি দিয়া ভাষণত অসম চুক্তিৰ কথা সদৰী কৰাৰ দৰেই নৰেন্দ্ৰ মোদীয়েও কৰক এই কাম, আছুৰ আশা।

“ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত কাইলৈ দেশৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীয়ে অসম চুক্তিৰ প্ৰত্যেকটো দফা কিমান দিনৰ ভিতৰত কাৰ্য্যকৰী হ’ব, সেই সম্পৰ্কত সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰিবলৈ আহ্বান জনাইছো,” উজানবজাৰৰ শ্বহীদ ন্যাসত সংবাদমেলত মন্তব্য ভট্টাচাৰ্য্যৰ।

যোৱা ৩৪ বছৰে সকলো দলৰে চৰকাৰে শাসন চলোৱাৰ পিছতো অসম চুক্তিৰ ফল “শূন্য” হৈ থকা বুলি উল্লেখ কৰি ভট্টাচাৰ্য্যই কয় যে চহিদৰ ত্যাগক আৰু অথলে যাব দিব নোৱাৰি।

“যোৱা ৩৪ বছৰে সকলো দলৰে চৰকাৰ শাসনত আছিল। কিন্তু কোনো দলৰ চৰকাৰেই জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থানীয় সমাধান কৰাৰ বাবে পদক্ষেপ নল’লে। যোৱা ৩৪ বছৰে বিদেশী চিনাক্তকৰণ নহ’ল, ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন নহ’ল, বহিষ্কাৰ নহ’ল। বাংলাদেশী অহা বাটটো ভাৰত-বাংলাদেশ সীমান্ত চীল নহ’ল। অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকবচ প্ৰদান কৰা নহ’ল। অসমৰ বাবে অৰ্থনৈতিক বিকাশৰ ব্যৱস্থা লোৱা নহ’ল। জনজাতীয় বেল্ট-ব্লক-সত্ৰৰ মাটি সুৰক্ষিত নহ’ল। আনকি অশোক কাগজ কলটোও মুকলি কৰা নহ’ল। এইটোৱেই বাস্তৱ প্ৰতিচ্ছবি,” ভট্টাচাৰ্য্যৰ মত।

আশ্বাস-প্ৰতিশ্ৰুতিয়ে “আমাক আশ্বস্ত কৰিব নোৱাৰে” বুলিও ভট্টাচাৰ্য্যই উল্লেখ কৰে।

Recent News

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd