ত্ৰিপুৰাৰ ৰাজকুমাৰে আৰক্ষী থানাৰ ভিতৰতে যুৱকক সোধালে প্ৰচণ্ড চৰ

ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি তথা ৰাজকুমাৰ প্ৰদ্যুৎ কিশোৰ মানিক্য দেববাৰ্মাই বৃহস্পতিবাৰে ত্ৰিপুৰাৰ খোৱাই আৰক্ষী থানাৰ ভিতৰতে এজন যুৱকক চৰিওৱা ভিডিঅ’ ৰাজহুৱা...

d428b1f4-aed4-474f-98ec-77751d08b9cd

পুলৱামাৰ প্ৰসংগ উত্থাপনেৰে নিৰ্বাচনী বিধি উলংঘা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

"পুলৱামাত সেনাৰ ওপৰত হোৱা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ মোদীয়ে কেনেদৰে দিলে সেয়া সকলোৱে দেখা পালে। সেয়েহে সকলোৱে মোদীক ভোট দি জয়যুক্ত...

Loksabha election: Two NPP supporters in NSCN-K net, Arunachal Pradesh BJP's hand alleged

অৰুণাচলত অপহৃত এনপিপি কৰ্মী, বিজেপি-এন এছ চি এন (কে)ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

অৰুণাচল প্ৰদেশৰ লংদিঙত দুজনকৈ এনপিপি সমৰ্থকক নাগা বিদ্ৰোহী সংগঠন “এন এছ চি এন-কে”ই অপহৰণ কৰাৰ অভিযোগ উঠিছে। নিৰ্বাচনী বৈতৰণী পাৰ...

49937800_1723997844373289_7731400685710737408_n-1140x570

কিয় ভোট নিদিলে মঙলদৈৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই?

বৃহস্পতিবাৰে দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ হোৱা সমষ্টিকোইটাৰ এজন উল্লেখযোগ্য প্ৰাৰ্থী কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতা। কিন্তু নিজে প্ৰাৰ্থী হৈয়ো ভোট নিদিলে জ্যেষ্ঠ ৰাজনীতিকজনে।...

tv-serial-rani-rashmoni-shooting-at-dakshineswar Another Bangladesh actor asked to leave India

টালি-টোপোলা বান্ধিবলৈ আৰু এগৰাকী বাংলাদেশী অভিনেতাক নিৰ্দেশ ভাৰত চৰকাৰৰ

ফাৰ্দৌছ আহমেদৰ পিছত আন এজন বাংলাদেশী অভিনেতা গাজি আব্দুন নুৰক ভাৰতৰ পৰা টালি-টোপোলা বান্ধিবলৈ নিৰ্দেশ দিয়া হৈছে। ক’লকাতাত এখন নিৰ্বাচনী...

Prafulla-Kumar-Mahanta

কেব’ৰ বিৰোধিতাৰে ভোটাধিকাৰ সাৱ্যস্ত নকৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

লোকসভা নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰতাৰ বিৰোধিতা কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অৱশেষত গণতান্ত্ৰিক অধিকাৰ সাৱ্যস্ত কৰাৰ পৰা আঁ‌তৰি থাকিল।...

minor girl found dead in Kharghuli

খাৰঘূলিত কিশোৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ

ৰাজ্যত ৰঙালী বিহুৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ ব্ৰহ্মপুত্ৰৰ পানী যুঁৱলিত আজি এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি...

58114920_2354028464832124_4728580498350145536_n

উন্নয়নৰ পৰিৱৰ্তে কংগ্ৰেছে কেৱল দুৰ্নীতিহে কৰিলে :মুখ্য মন্ত্ৰী সোণোৱাল

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোৱালপাৰাৰ এখন নিৰ্বাচনী সভাত কংগ্ৰেছক প্ৰায় ‘শক্তিহীন’ বুলি অভিহিত কৰি কংগ্ৰেছক ইয়াৰ ‘অপশাসনৰ’ বাবে তীব্ৰ সমালোচনা...

Page 1 of 1683 121,683

Recent News