Nenow

এন ই নাও নিউজ

Covid death toll in Assam reaches 930

অসমত আৰু ছয় ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১৬১লৈ বৃদ্ধি

আৰু ছগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৬১লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে—...

Assam polls 2021: AASCSU to contest in these constituencies

‘২১ত এইকেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিব সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই ৰাজ্যৰ ’২১ৰ বিধান সভা নিৰ্বাচনত আঠটা সংৰক্ষিত সমষ্টিত প্ৰাৰ্থিত্ব দিব। জাতি ছাত্ৰ সন্থাৰ সভাপতি...

2579 persons test Covid19 positive in Assam on Tuesday

অসমত ২৬৬৯ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.১২%

২৬৬৯গৰাকী ব্যক্তি অসমত মঙলবাৰলৈকে যোৱা ২৪ ঘণ্টাত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। এইসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৩৯৯, ডিব্ৰুগড়ৰ ২৫৯, কাৰ্বি...

Covid death toll in Assam reaches 930

অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১৫৫লৈ বৃদ্ধি

আৰু চাৰিগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু মঙলবাৰলৈকে মৃতকৰ সংখ্যা ১৫৫লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা ৰোগীকেইগৰাকী হৈছে— কাছাৰৰ...

642 persons test Covid19 positive in Assam on Saturday

অসমত ১১২৩ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৪.৫৮%

১১২৩গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড পজিটিভ চিনাক্ত হৈছে। এইসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৪০ আৰু যোৰহাটৰ ১২১গৰাকী ব্যক্তি। অৱশ্যে অসমত...

Covid death toll in Assam reaches 930

অসমত আৰু পাঁচ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১৪৫লৈ বৃদ্ধি

আৰু পাঁচগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু দেওবাৰ পৰ্য্যন্ত মুঠ মৃতকৰ সংখ্যা ১৪৫লৈ বৃদ্ধি পাইছে। মৃত্যু হোৱা লোককেইগৰাকী হৈছে—...

Guwahati's COVID19 patients to get pulse oximeter, medicine for free in home isolation

গুৱাহাটীৰ ক’ভিড ৰোগীলৈ বিশেষ সুবিধা, শীঘ্ৰেই আন ঠাইলৈয়ো সম্প্ৰসাৰণ হ’ব

গুৱাহাটী মহানগৰৰ ক’ভিড ৰোগীসকলে ঘৰত আছুতীয়াকৈ থাকিব খুজিলে ১০ আগষ্টৰ পৰা এটা পালছ অক্সিমিটাৰ আৰু প্ৰয়োজনীয় দৰৱ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ...

Bollywood actor Sanjay Dutt diagnosed with lung cancer: Report

অভিনেতা সঞ্জয় দত্তক চিকিৎসালয়ত ভৰ্তি

বলিউড অভিনেতা সঞ্জয় দত্তক উশাহ লোৱাত অসুবিধা পোৱাৰ বাবে শনিবাৰে সন্ধিয়া মুম্বাইৰ লীলাৱতী হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। অভিনেতাজনে টুইটাৰত জনোৱা...

Covid death toll in Assam reaches 930

অসমত দিনে এক লাখ ক’ভিড টেষ্টৰ লক্ষ্য

অসমৰ স্বাস্থ্য বিভাগে অহা ১২ আগষ্টৰ পৰা দিনে এক লাখ ক’ভিড টেষ্টৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ক’ভিড মহামাৰীৰ সৈতে মোকাবিলাৰ ক্ষেত্ৰত...

Page 28 of 113 1 27 28 29 113

Stay Connected

Recent News