• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ফল-মূল খোৱাৰ পিছত কিয় পানী খাব নালাগে? কি কয় বিশেষজ্ঞই…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2025 6:30 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফল-মূল খোৱাৰ পিছত পানী খাব নালাগে। সৰুৰে পৰাই নিশ্চয় এই কথা আামি শুনি অহিছো। যিকোনো খাদ্য খোৱাৰ পিছত অলপ পানী খালে পেট ভৰি পৰে। ভাত খোৱাৰ সময়তো বহুতে পানী খায়। কিন্তু ভাত খাই পানী খোৱাত কৈ ফল-মূল খোৱাৰ পিছত পানী খোৱাটো অধিক ক্ষতিকাৰক। কিছুমান ফল খোৱাৰ পিছত পানী খোৱাটো একেবাৰেই উচিত নহয়। জান অহক ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ।

ফল-মূল খোৱাৰ পিছত পানী খালে কি হ’ব?

Apply Now

ফল-মূল শৰীৰৰ বাবে ভাল, কিন্তু হজম কৰাটো কঠিন। ফল হজম হ’বলৈ বহু সময় লাগে। সেই সময়ত পেটৰ পৰা বহু প্ৰকাৰৰ এনজাইম আৰু এচিড নিৰ্গত হয়। ইয়াৰ মাজতে পানী খালে পানী এচিডৰ লগত মিহলি হৈ হজম প্ৰক্ৰিয়া দুৰ্বল হৈ পৰিব। ইয়াৰ ফলত পেটত অধিক কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হ’ব, যাৰ ফলত গেছৰ সমস্যা বৃদ্ধি পাব।

যদি ফলৰ হজম নোহোৱা অংশ খাদ্যনলীত ৰৈ যায় তেন্তে ইয়াৰ ফলত সংক্ৰমণ হ’ব পাৰে। তাৰ পিছত পেটৰ তীব্ৰ বিষ হ’ব পাৰে। হৃদৰোগো হ’ব পাৰে। পকা অমিতা, তিঁয়হ, তৰমুজ, কমলা, মাটিকঠাল, আম আদি ফল খোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱাটো জৰুৰী।

খাদ্য হজমৰ হ’বৰ বাবে শৰীৰত এটা নিৰ্দিষ্ট পি এইচ লেভেলৰ প্ৰয়োজন। পানী সমৃদ্ধ খাদ্যৰ লগত পানী সেৱন কৰিলে পি এইচ লেভেল কমি যায়। ফলত হজম শক্তিত বাধাৰ সৃষ্টি কৰে। আঁহ আৰু পানীৰ উপস্থিতিৰ বাবে পকা অমিতাৰ দৰে ফল খালী পেটত খাবলৈ দিয়া নহয়।

ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজত অলপ ভোক লাগে , এই সময়ত ফল-মূলো খাব পাৰে। অৱশ্যে সেই সময়ত ফল-মূল খোৱাৰ পিছত পানী খাবলৈ নাপাহৰিব। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়াত সহায়ক হোৱা এনজাইমবোৰ ধ্বংস হ’ব পাৰে।

ৰাতি শুৱাৰ আগতে ফল-মূল খাব নালাগে। এই সময়ত ফলত থকা এচিডৰ বাবে পেটৰ অস্বস্তি বাঢ়ি যোৱাৰ আশংকা থাকে। ফলত টোপনি নোহোৱাৰ সমস্যা হোৱাৰ আশংকা থাকে। আৰু ৰাতি ফল-মূল খোৱাৰ পিছত পানী খালে কঠিন হৈ পৰিব। ইয়াৰ ফলত এচিডৰ মাত্ৰা দুগুণ হ’ব। ফলত ৰাতি শুই থকা অৱস্থাত ডিঙি আৰু বুকুত জ্বলা-পোৰাৰ সমস্যা বাঢ়িব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd