• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সজাগ হওকঃ গৰ্ভাৱস্থাত আঁতৰি থাকক এনে খাদ্যৰ পৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2024 7:02 am
Foods to avoid when pregnant
693
VIEWS
Share on FacebookShare on Twitter

গৰ্ভাৱস্থাত প্ৰতিগৰাকী মহিলাক পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। কিন্তু স্বাস্থ্যসন্মত খাদ্যৰ বাহিৰেও গৰ্ভৱতী মহিলাসকলে কিছুমান বিশেষ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।

কিয়নো মাতৃয়ে যি খায় তাৰ প্ৰত্যক্ষ প্ৰভাৱ কেঁচুৱাত পৰে, যিকোনো বস্তু খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব।

আজি আমি এই লেখাটোৰ জৰিয়তে আপোনালোকক জনাম, গৰ্ভাৱস্থাত কোনবোৰ খাদ্য খাব নালাগে। এইবোৰ খোৱাটো শৰীৰৰ বাবে অত্যন্ত বিপদজনক হ’ব পাৰে!

জাংক ফুড

গৰ্ভৱতী মহিলাই পৰাপক্ষত জাংক ফুড খাব নালাগে। এনে খাদ্য খোৱাৰ পিছত যদি আপুনি বেমাৰত পৰে, তেন্তে ঔষধ খোৱাৰ প্ৰয়োজন হয়।

সাধাৰণতে এনে কিছু ঔষধ থাকে, যি গৰ্ভত বাঢ়ি অহা কেঁচুৱাটোৰ বাবে ক্ষতিকাৰক হৈ উঠে। গতিকে ষ্ট্ৰীট ফুড, জাংক ফুডৰ পৰা আঁতৰি থকাটোৱেই ভাল।

সুৰা

মাজে মাজে সুৰা পান কৰিলে কোনো দোষ নাই! কিন্তু প্ৰচুৰ পৰিমাণে সুৰা পান কৰিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই সময়ত ধূমপান বা মদ্যপান কৰা উচিত নহয়। এই সময়ছোৱাত অতিৰিক্ত ড’পামিন হৰম’ন নিঃসৰণে শিশুৰ ক্ষতি কৰে।

তেলীয়া খাদ্য

গৰ্ভৱতী মহিলাই খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হোৱা উচিত। গৰ্ভাৱস্থাত মহিলাই তেলীয়া যিকোনো খাদ্যৰ পৰা যিমান পাৰি বিৰত থাকিব লাগে।

কিয়নো ইয়াত অধিক পৰিমাণৰ নিমখ আৰু চেনি থাকে; লগতে প্ৰচুৰ পৰিমাণে সংৰক্ষক ৰাসায়নিক পদাৰ্থ থাকে, যিসমূহে গৰ্ভৱতী মহিলা আৰু কেঁচুৱাক প্ৰভাৱিত কৰিব পাৰে।

কেফেইন

সাধাৰণতে বহু মহিলাৰ চাহ বা কফি খোৱাৰ প্ৰৱণতা থাকে। আকৌ একাংশই মানসিক চাপ কমোৱাৰ বাবে চাহ বা কফি একাপ বাছি লয়।

গৰ্ভাৱস্থাত এই প্ৰৱণতা হ্ৰাস কৰিবলৈ বা আঁতৰি থাকিবলৈ চেষ্টা কৰক। শৰীৰত অতিৰিক্ত কেফেইনে গৰ্ভপাত বা জন্মৰ সময়ত কম ওজনৰ শিশু জন্ম দিয়াৰ সম্ভাৱনা বৃদ্ধি কৰে।

Recent News

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd