• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত পৰিপুষ্টি বিষয়ক জনসজাগতা বৃদ্ধিৰ বাবে চাইকেল ৰেলী

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , September 21, 2019 7:37 am

2 min read

cycle rally

মাজুলীত সজাগতা ৰেলী

5.4k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় পোষণ অভিযানৰ অংশ হিচাপে মাজুলী জিলাতো যোৱা ১ চেপ্টেম্বৰৰ পৰা অহা ৩০ চেপ্টেম্বৰলৈ পোষণ মাহ-২০১৯ পালন কৰা হৈছে।

মাজুলী জিলা প্ৰশাসনৰ তত্বাৱধানত জিলা সমাজ কল্যাণ বিভাগে ৰূপায়ণ কৰা এই পোষণ মাহৰ সৈতে সংগতি ৰাখি শুকুৰবাৰে নামনি মাজুলীত এক সজাগতামূলক চাইকেল ৰেলী উলিওৱা হয়।

পৰিপুষ্টি, স্বচ্ছতা আৰু স্বাস্থ্যসন্মত খাদ্যাভাস সম্পৰ্কে জনসজাগতা সৃষ্টিৰ লক্ষ্যৰে শুকুৰবাৰে ৰাতিপুৱা ৯ বজাত নামনি মাজুলী ছিনিয়ৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সহযোগত চাইকেল ৰেলী উলিয়ায় জিলা সমাজকল্যাণ বিভাগে।

শিক্ষানুষ্ঠানখনৰ ৫০গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই চাইকেল ৰেলী পতাকা জোকাৰি আনুষ্ঠানিক ভাৱে শুভৰাম্ভ কৰে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰয়।

সজাগতা ৰেলীত অংশগ্ৰহণকাৰী ছাত্ৰীসকলে নিজৰ নিজৰ চাইকেলত পৰিপুষ্টি, স্বচ্ছতা, স্বাস্থ্যসন্মত খাদ্যভ্যাস আদিৰ বিষয়ে তথ্য সম্বলিত আকৰ্ষণীয় প্লেকাৰ্ড লগাই লৈ অঞ্চলটোত ৰাষ্ট্ৰীয় পোষণ অভিযানৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে প্ৰচাৰ চলায়।

অতিৰিক্ত উপায়ুক্ত উৎপল দলে, সংলগ্ন ৰাজহ চক্ৰ বিষয়া ডাঃ অনামিকা গগৈ, জিলা সমাজ কল্যাণ বিষয়া নিৰদা দেউৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰবীণ কুমাৰ সন্দিকৈ আৰু নামনি মাজুলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ কুশল হাজৰিকাৰ লগতে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ-ছাত্ৰী তথা বহুসংখ্যক স্থানীয় লোকে চাইকেল ৰেলীৰ উদ্বোধনী অনুষ্ঠানৰ লগতে সামৰণিত আয়োজিত সজাগতামূলক সভাত অংশগ্ৰহণ কৰে।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd