• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতী মানুহৰ সংঘাতৰ পটভূমিত গোলাঘাটৰ পোৰাবাংলাত আৰণ্যকৰ সজাগতা সভা

উত্তম শইকীয়া by উত্তম শইকীয়া
November 15, 2019 6:43 am
IMG-20191114-WA0119~2

গোলাঘাটৰ পোৰাবাংলাত বৃহস্পতিবাৰে অনুষ্ঠিত আৰণ্যকৰ সজাগতা সভা। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰা গোলাঘাট জিলাৰ মৰঙিৰ পোৰাবাংলাত বৃহস্পতিবাৰে প্ৰকৃতি সংগঠন আৰণ্যকৰ  উদ্যোগত এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয় ৷

মৰঙি উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত আয়োজিত এই সভাত জিলাখনৰ নামবৰ – দৈগ্ৰোং আৰু বিজুলী সংৰক্ষিত বনাঞ্চলৰ কাষৰীয় হাতী উপদ্ৰুত অঞ্চলৰ গাওঁৰক্ষী বাহিনীৰ সদস্য ,চৰকাৰী গাওঁবুঢ়া, গাওঁ পঞ্চায়তৰ প্ৰতিনিধিৰ উপৰিও চাহ বাগিছাৰ কৰ্তৃপক্ষৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰে ৷

Apply Now

গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাত গোলাঘাট জিলাৰ সহকাৰী আয়ুক্ত মিতালী লহকৰ,গোলাঘাট বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক প্ৰফুল্ল চন্দ্ৰ লহকৰ, ৰাজীৱ হাজৰিকা, মৰঙিৰ ৰাজহ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰ, মৰঙি জিলা পৰিষদৰ সদস্য পুৰৱী শৰ্মা, চিলঙৰ ইক’ স্প্ৰিচুয়েল মিছন ইণ্ডিয়াৰ অধ্যাপক টি পিটাৰ আৰু তেওঁ পত্নী উপস্থিত থাকে ৷

আৰণ্যকৰ সমন্বয়ক নিৰঞ্জন ভূঞাৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা সভাত বিশ্বৰ ঐতিহ্য নায়ক ড৹ বিভূতি প্ৰসাদ লহকৰে সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰি ৰাজ্যত উদ্ভৱ হোৱা হাতী মানুহৰ সংঘাতৰ সমস্যাৰ সচিত্ৰ উপস্থাপন কৰাৰ লগতে এই সমস্যা সমাধানৰ বিভিন্ন সমাধানো তথ্য সহ দাঙি ধৰে ৷

সভাত আমন্ত্ৰিত অতিথিৰ উপৰিও গাওঁৰক্ষী বাহিনীৰ বগীজান থানা সমিতিৰ সভাপতি থানেশ্বৰ হাজৰিকা,নুমলীগড় থানা সমিতিৰ সভাপতি যোগেন বৰুৱা,পূব মৰঙি গাওঁ পঞ্চায়তৰ সভানেত্ৰী  প্ৰতিমা গগৈ আৰু সাংবাদিক ঋতুৰাজ ফুকনে বক্তৱ্য আগবঢ়ায়।

তেওঁলোকে হাতী মানুহৰ সংঘাতৰ পটভূমিত জিলাখনৰ জনসাধাৰণে ভোগ কৰা সমস্যাৰ সন্দৰ্ভ বিবৰণ দাঙি ধৰি বৃহত্তৰ অঞ্চলটোত হাতীৰ দণ্ডি চিনাক্তকৰণ কৰি সংৰক্ষণ কৰা, শস্য সুৰক্ষা বাহিনী গঠন কৰা, প্ৰশিক্ষণ প্ৰদান,হাতী উপদ্ৰুত অঞ্চলত বন শিৱিৰ স্থাপন কৰা, হাতীৰ দণ্ডিৰ চাহ বাগিছাৰ পৰা ব্লেড ফেঞ্চিং আঁতৰোৱা আৰু গাঁৱে গাঁৱে সজাগতা সৃষ্টিকে ধৰি ভালেমান পৰামৰ্শ আগবঢ়ায় ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd