DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আইন সম্পৰ্কে সজাগতা অভিযান

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 18, 2019 6:43 am
IMG-20190517-WA0015

শিৱসাগৰত ধঁপাত নিয়ন্ত্ৰণ আইন সম্পৰ্কে সজাগতা অভিযান। ফটো : নৰ্থইষ্ট নাও

668
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ তথা জিলা স্বাস্থ্য সমিতিৰ সৌজন্যত শুকুৰবাৰে শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰা দোকান সমূহত “ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আইন, ২০০৩” ৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয়।

ধঁপাত স্বাস্থ্যৰ বাবে অপকাৰী ই মানুহৰ জীৱনলৈ আনিব পৰা বিভিন্ন বিপদৰ দিশসমূহ দাঙি ধৰি অভিযানত অংশগ্ৰহণকাৰীসকলে বিভিন্নজনক অৱগত কৰে।

এই কাৰ্যসূচীত জড়িত থাকে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰিপুন বৰপূজাৰী, ধঁপাত নিয়ন্ত্ৰণ কোষৰ জিলা বিষয়া ডাঃ উদয়াদিত্য ৰাজকোঁৱৰ, জিলা প্ৰতিষেধক বিষয়া ডাঃ অৰুন্ধতী হাজৰিকা, মহকুমা স্বাস্থ্য বিষয়াদ্বয় ডাঃ সৌৰভ কুমাৰ গগৈ আৰু ডাঃ হেমন্ত বৰুৱা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, শিৱসাগৰৰ বিষয়ববীয়া সকল।

নগৰৰ প্ৰতিখন ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰা দোকানলৈ গৈ ধঁপাত পৰিহাৰ কৰিবলৈ, মুকলিকৈ ধঁপাত বিক্ৰী নকৰিবলৈ আৰু ধঁপাত সম্পৰ্কীয় বিজ্ঞাপন নিয়মানুসৰিহে ৰাখিবলৈ আহ্বান জনায়।

জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু জিলা স্বাস্থ্য সমিতিয়ে  ধঁপাত জাতীয় সামগ্ৰীৰ ওপৰত এইদৰে সজাগতা বৃদ্ধিৰ বাবে লোৱা পদক্ষেপক ভূয়ংশী প্ৰশংসা কৰে শিৱসাগৰবাসী ৰাইজে।

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd