• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় বলাই চাহ বাগিচাত শৈক্ষিক সজাগতা সভা

বাগিচা প্ৰধান অঞ্চলৰ দুই হেজাৰ খন বিদ্যালয়ক চৰকাৰী কৰণ কৰাৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2019 8:36 pm
fdbbbe12-7062-46b6-93a6-f02b3f4b1b72

ফটো : নৰ্থ-ইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ জনগোষ্ঠীয় জনসাধাৰণৰ মাজত সামাজিক সচেতনতা অধিক বিকশিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সোমবাৰে আৰ ডি শৈক্ষিক কেন্দ্ৰ লাহোৱাল জ’নৰ উদ্যোগত অসম চাহ জনজাতি ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘৰ সহযোগত ডিব্ৰুগড় বলাই চাহ বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত এখন শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হয়।

কেইবা শতাধিক চাহ জনগোষ্ঠীয় লোকে অংশ লোৱা সজাগতা সভাখনত আৰ ডি এডুকেশ্যন এণ্ড স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি মনোজ ধানোৱাৰ, প্ৰাক্তন কেবিনেট মন্ত্ৰী পৃথ্বি মাঝি, চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ সম্পাদক লবীন কৰ্মকাৰ, আটছা নেতা অৱন ভূমিজ, চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ সহকাৰী সম্পাদক অমৃত চাৱাছী, লাহোৱাল আটছা শাখাৰ সম্পাদক হেমন্ত কুজুকে প্ৰমুখ্যে কৰি ভালে কেইবা গৰাকী ব্যক্তি মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

Apply Now

উল্লেখনীয় যে অলপতে টীয়ক চাহ বাগিচাত সংঘটিত হোৱা ঘটনাটোক আৰ ডি জুনিয়ৰ কলেজৰ স্বত্বাধিকাৰ মনোজ ধানোৱাৰে দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়াৰ লগতে এনে ঘটনা পুনৰাই সংঘটিত নকৰিবলৈ সকলো পক্ষকে আহ্বান জনায়।

ইয়াৰ উপৰি তেওঁ অসমৰ কেইবা লক্ষ্য চাহ জনগোষ্ঠীৰ জনসাধাৰণক চৰকাৰে উপযুক্ত শিক্ষা দিয়াৰ পৰা বঞ্চিত কৰি আহিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

বাগিচা প্ৰধান অঞ্চলৰ দুই হাজাৰখন বিদ্যালয়ক চৰকাৰীকৰণ কৰিবলৈ বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰক আৰ ডি জুনিয়ৰ কলেজৰ স্বত্বাধিকাৰী মনোজ ধানোৱাৰে দাবী জনাইছে।

ইফালে প্ৰাক্তন কেবিনেট মন্ত্ৰী পৃথ্বি মাঝিয়েও সোণোৱাল চৰকাৰৰ কামত সন্তোষ নহয় বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে বিজেপি চৰকাৰখনে কেবল আশ্বাস আৰু প্ৰতিশ্ৰুতিৰে দেশৰ জনসাধাৰণক প্ৰতাৰণা কৰাৰ বাদে একো উন্নয়ন কৰিব পৰা নাই।

বৰ্তমান চৰকাৰখনে চাহ জনগোষ্ঠীৰ সতি সন্তানক উপযুক্ত শিক্ষা দিয়াৰ ক্ষেত্ৰত বঞ্চিত কৰি অহা বুলি সভাত প্ৰাক্তন মন্ত্ৰী মাঝিয়ে উল্লেখ কৰে। বাগিচাৰ বিদ্যালয় সমূহত সময় মতে চৰকাৰে কিতাপ পত্ৰ যোগান নিদিয়ে বুলি মাঝিয়ে এই শৈক্ষিক সজাগতা সভাখনত অভিযোগ তোলে।

উল্লেখযোগ্য যে ডিগবৈস্থিতি আৰ ডি এডুকেশ্যনেল এণ্ড স্প’ৰ্টছ ফাউণ্ডেশ্যনে অসমৰ সৰ্ব দিশত অবহেলিত চাহ জনগোষ্ঠীয় লোকৰ মাজত শৈক্ষিক জাগৰণ সৃষ্টি কৰা প্ৰয়াসেৰে নিৰবিচ্চিন্নভাৱে দীৰ্ঘদিন ধৰি সংগ্ৰাম অব্যাহত ৰাখিছে। বিশেষকৈ উজনি অসমৰ ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ বহু চাহ বাগিচা অঞ্চলত আৰ ডি এডুকেশ্যনেল এণ্ড স্প’ৰ্টছ ফাউণ্ডেচনে ১১৬ টা শৈক্ষিক কেন্দ্ৰ স্থাপন কৰি চাহ জনগোষ্ঠীয় লোকৰ মাজত শৈক্ষিক বাতাবৰণৰ নতুন এক ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd