• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2023 8:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় তিনিমাহ ধৰি মণিপুৰত চলি থকা অবিৰত হিংসা আৰু অশান্তিৰ পৰিপ্ৰেক্ষিতত অসম নাগৰিক সমাজে পৰিস্থিতিক লৈ গভীৰ দুখ আৰু উদ্বেগ প্ৰকাশ কৰিছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যত হিংসা ৰোধ কৰি শান্তি ঘূৰাই অনাত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰক জগৰীয়া কৰি পদত্যাগ কৰিবলৈ আহ্বান জনাইছে অসম নাগৰিক সমাজে।

মণিপুৰৰ পৰিস্থিতি ভয়াৱহ হৈ পৰিছে, যোৱা তিনিমাহত ১০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰিছে।

Apply Now

ৰাজ্যৰ আৰক্ষীয়ে কুকি জনগোষ্ঠীৰ বিৰুদ্ধে হিংসাত্মক ঘটনাত জড়িত হোৱাৰ  খবৰে সংকটৰ ভয়াৱহতা বৃদ্ধি কৰিছে।

অসম নাগাৰিক সমাজে “ডাবল ইঞ্জিন” বিজেপি চৰকাৰে শান্তি বজাই ৰাখিব নোৱাৰাৰ বাবে সমালোচনা কৰে আৰু ঘৃণা সম্প্ৰসাৰিত কৰি ক্ষমতালৈ অহাৰ অভিযোগ উত্থাপন কৰে। এনে হিংসা আৰু মৃত্যুৰে জুৰুলা ৰাজ্য এখনক শাসন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলো নৈতিক কৰ্তৃত্ব হেৰুৱাইছে বুলি সংগঠনটোৱে মত প্ৰকাশ কৰে।

কেন্দ্ৰীয় চৰকাৰেও তীব্ৰতৰ হৈ পৰা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে।

ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া আৰু মুখ্যমন্ত্ৰীক আগতীয়াকৈ অপসাৰণ কৰাৰ আহ্বানক গুৰুত্ব দিয়া নহ’ল, যাৰ ফলত আৰু অধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল।

শেহতীয়াকৈ দুগৰাকী মহিলাক উলংগ কৰি খোজ কঢ়াই নিয়া আৰু দলবদ্ধ ধৰ্ষণৰ ভয়ানক কাণ্ডক প্ৰতিফলতি কৰা ভাইৰেল ভিডিঅ’টোৱে অধিক হিংসাত্মক পৰিস্থিতিৰ বাবে ইন্ধন যোগাইছে।

প্ৰধানমন্ত্ৰীৰ সঁহাৰিত বিলম্ব আৰু পৰিস্থিতিৰ প্ৰতি উদাসীনতা প্ৰদৰ্শন চোকা সমালোচনাৰ সন্মুখীন হৈছে।

অসম নাগৰিক সমাজে দৃঢ়তাৰে কয় যে এনে ঘটনাই বিজেপি নেতৃত্বাধীন চৰকাৰৰ উত্তৰ-পূব অঞ্চলৰ প্ৰতি প্ৰকৃত চিন্তাৰ অভাৱকে উদঙাইছে।

মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ মূল কাৰণৰ তদন্তৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ন্যায়িক তদন্তৰ আহ্বান জনায় সংগঠনটোৱে।

দাবী কৰা হৈছে যে ধন আৰু ঘৃণাই ৰাজনৈতিক মেৰুকৰণ আৰু নিৰ্বাচনী জয়ত সহায় কৰিব পাৰে যদিও সমাজৰ মাজত আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত ই পৰ্যাপ্ত নহয়।

তদুপৰি, মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ মৌনতা অৱলম্বন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়কগৰাকীও গৰিহণাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ধৰ্ষণ কাণ্ড সন্দৰ্ভত কৰা মন্তব্যক নিন্দনীয় বুলি গণ্য কৰা হৈছে, কিয়নো ইয়াৰ দ্বাৰা অপৰাধৰ ভয়াৱহতাক তুচ্ছজ্ঞান কৰা যেন লাগে।

মেইটেই আৰু মিজোৰ মাজত সৃষ্টি হোৱা উত্তেজনা সন্দৰ্ভতো অসম নাগৰিক সমাজে উদ্বেগ প্ৰকাশ কৰি মিজোৰাম আৰু কেন্দ্ৰীয় চৰকাৰক মিজোৰামৰ পৰিস্থিতিৰ আৰু অধিক অৱনতি ৰোধৰ বাবে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd