• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰম্ভ হ’ল অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 22, 2019 5:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা আৰম্ভ হৈছে সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া। এই নিৰ্বাচন অসম সাহিত্য সভাৰ সংবিধানৰ গণ্ডীৰ ভিতৰত হ’ব। আজি গুৱাহাটীৰ সাহিত্য সভা ভৱনত এখন সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ অধিবক্তা তথা সাহিত্য সভাৰ নিৰ্বাচনী বিষয়া বিজন মহাজনে এই কথা সদৰী কৰে।

আজিৰ পৰা নিৰ্বাচনৰ আচৰণ বিধি প্ৰয়োগ হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, ‘পূৰ্বতে নিৰ্বাচন সাহিত্য সভাৰ নিয়মাৱলী ভিত্তিত হৈছিল। এইবাৰ প্ৰথম বাৰলৈ সংবিধানৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত হ’ব’।

Apply Now

প্ৰাৰ্থীসকলে অহা ৩ আৰু ৪ অক্টোবৰত গুৱাহাটীস্থিত প্ৰশাসনীয় কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব। মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীসকলে নিজৰ জীৱনপঞ্জী দাখিল কৰিব লাগিব। আনহাতে কোনোবাই “মনোনয়ন প্ৰত্যাহাৰ কৰিলে ৭ অক্টোবৰত কৰিব পাৰিব’ বুলি  মহাজনে লগতে জনায়।

ভোটদান প্ৰক্ৰিয়া ১ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ চলিব বুলি য’ত জিলা আৰু শাখা সাহিত্য সভাসমূহে ডাকযোগে ভোটদান কৰিব লাগিব।

১৫ ডিচেম্বৰত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। মহাজনে আজি জনোৱা মতে উক্ত দিনা হোজাইত হ’ব লগা কাৰ্যনিৰ্বাহক সভাত ৰাইজ আৰু সংবাদমাধ্যমৰ উপস্থিতিত ভোট গণনা কৰা হ’ব।

আজিৰ পৰা কোনো প্ৰাৰ্থীয়ে প্ৰচাৰকাৰ্য চলাব নোৱাৰিব বুলি উল্লেখ কৰি প্ৰচাৰ চলোৱা প্ৰমাণিত হ’লে প্ৰাৰ্থিত্ব কৰ্তন হ’ব বুলি সংবাদমেলত তেওঁ জানিবলৈ দিয়ে।

নিৰ্বাচনী বিষয়া বিজন মহাজনে জনোৱা মতে ফলাফল ঘোষণাৰ এদিন পিছলৈ এই আচৰণবিধি বলৱৎ থাকিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd