• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ত অযোধ্যা বিবাদৰ শুনানি সমাপ্ত, ৰায়দান স্থগিত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 16, 2019 9:31 pm

1 min read

Ayodhya case hearing over, SC reserves judgement
3.8k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে সংবেদনশীল ৰাম জনমভূমি, বাবৰি মছজিদ বিবাদৰ ৪০দিন ধৰি চলি থকা শুনানিৰ সামৰণি মাৰিছে আৰু ৰায়দান স্থগিত ৰাখিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে নিৰ্ধাৰণ কৰি দিয়া অন্তিম সীমা বিয়লি ৫ বজাতকৈ এঘণ্টা আগতেই শুনানিটো সমাপ্ত হৈছে।

“যুক্তি (প্ৰদৰ্শন)ৰ সামৰণি মৰা হৈছে। ৰায়দান স্থগিত ৰখা হৈছে। ‘ম’ল্দিং অৱ ৰিলীফ’ সন্দৰ্ভত পক্ষসমূহে তিনিদিনৰ ভিতৰত লিখিত টোকা দাখিল কৰিব পাৰে,” সকলোৰে বক্তব্য শুনাৰ পিছত উচ্চতম ন্যায়ালয়ৰ বুধবাৰৰ নিৰ্দেশ।

মুখ্য ন্যায়াধীশ গগৈৰ অধ্যক্ষতাত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে যোৱা ৪০দিনত হিন্দু আৰু মুছলমান দুয়ো পক্ষৰে যুক্তি শুনে।

মুখ্য ন্যায়াধীশ গগৈয়ে অহা ১৭ নৱেম্বৰত তেওঁৰ অৱসৰ পূৰ্বেই দীৰ্ঘদিনধৰি ভাৰতৰ ৰাজনীতিক প্ৰভাৱিত কৰি অহা গোচৰটোৰ ৰায়দান কৰিব বুলি চৰ্চা চলিছে।

সাংবিধানিক বিচাৰপীঠখন ন্যায়াধীশবৃন্দ ৰঞ্জন গগৈ, এছ এ ববদে’, ডি ৱাই চন্দ্ৰচূড়, অশোক ভূষণ আৰু এছ আব্দুল নাজিৰক লৈ গঠিত হৈছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd