• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বাবৰি মছজিদ আছিল, আছে আৰু থাকিব : ৰাম মন্দিৰৰ ভূমিপূজনক লৈ আছাদুদ্দিন ওৱেছিৰ মন্তব্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 5, 2020 10:18 am

1 min read

বাবৰি মছজিদ আছিল, আছে আৰু থাকিব : ৰাম মন্দিৰৰ ভূমিপূজনক লৈ আছাদুদ্দিন ওৱেছিৰ মন্তব্য
5.2k
VIEWS
Share on FacebookShare on Twitter

আজি অযোধ্যাত ভূমিপূজনৰ জৰিয়তে আৰম্ভ হ’ব ৰাম মন্দিৰৰ নিৰ্মাণ। বহু বছৰৰ প্ৰতিক্ষাৰ অন্তত দেশবাসীয়ে এই ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰিছে।

ভূমিপূজনৰ কাৰ্যসূচীৰ বাবে উত্তৰ প্ৰদেশৰ অযোধ্যা নগৰক কইনাৰ দৰে সজাই পৰাই তোলা হৈছে।

কিন্তু এই ঐতিহাসিক ক্ষণৰ ঠিক আগ মূহুৰ্তত অল ইণ্ডিয়া মজলিছ-এ-ইট্টেহাদুল মুছলিমিনৰ নেতা আছাদুদ্দিন ওৱেছিয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।

ওৱেছিয়ে আজি টুইটাৰযোগে কয়, ‍‘বাবৰি মছজিদ আছিল, আছে আৰু থাকিব ইনছাল্লাহ’। লগতে তেওঁ ‍‘বাবৰি জিন্দা হে’ শীৰ্ষক হেছটেগ ব্যৱহাৰ কৰে।

#BabriMasjid thi, hai aur rahegi inshallah #BabriZindaHai pic.twitter.com/RIhWyUjcYT

— Asaduddin Owaisi (@asadowaisi) August 5, 2020

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগতে মুঠ ১৭৫ গৰাকী আমন্ত্ৰিত অতিথি ভূমিপূজনৰ ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হৈ ৰ’ব।

দুপৰীয়া ১২ টা ৪০ মিনিট ৮ ছেকেণ্ডৰ পৰা আৰম্ভ কৰি ১২ টা ৪০ মিনিট ৪০ ছেকেণ্ডলৈ অৰ্থাৎ মাত্ৰ ৩২ ছেকেণ্ড সময় হৈছে শুভ ক্ষণ।

উক্ত সময়ছোৱাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ শিলান্যাস কৰাৰ কথা।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd