• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২৩ চনৰ ডিচেম্বৰ মাহত ভক্তৰ বাবে সাজু হৈ উঠিব অযোধ্যাৰ ৰাম মন্দিৰ

 এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2021 8:40 pm
rammm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ৫০০ বছৰ জোৰা ধাৰাবাহিক প্ৰতীক্ষাৰ যেন অন্ত পৰিব।২০২৩ চনৰ ডিচেম্বৰ মাহত ভক্তৰ বাবে মুকলি হৈ পৰিব অযোধ্যাৰ ৰাম মন্দিৰৰ দুৱাৰ।

বিগত বৰ্ষৰ ৫ আগষ্টৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ শিলান্যাস কৰাৰ পিছৰে পৰা যুদ্ধকালীন তৎপৰতাৰে চলি আছে ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য ।

Apply Now

এই গতিত নিৰ্মাণকাৰ্য চলি থাকিলে ২০২৩ চনৰ ডিচেম্বৰ মাহত ৰাম মন্দিৰ ভক্তৰ বাবে মুকলি কৰি দিব পৰা যাব বুলি আজি মন্দিৰ নিৰ্মাণৰ সৈতে জড়িত শীৰ্ষ সূত্ৰ এটাই প্ৰকাশ কৰিছে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে অযোধ্যাৰ ৰামমন্দিৰত মূল মন্দিৰৰ উপৰি এটা সংগ্ৰহালয়,ডিজিটেল আৰ্কাইভ আৰু গৱেষণা কেন্দ্ৰ থাকিব।

মন্দিৰ নিৰ্মাণৰ বাবে কৰসেৱক পুৰমৰ ৭০ শতাংশ শিল ব্যৱহাৰ কৰা হৈছে বুলিও সূত্ৰটোৱে সদৰী কৰে।মন্দিৰৰ চৌপাশে ‘পৰকোটা’ নামৰ দেৱাল নিৰ্মাণ কৰা হ’ব।

মন্দিৰটোক বানৰ পৰা ৰক্ষা কৰাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।মন্দিৰৰ ভেটি নিৰ্মাণৰ কাম চলিত বৰ্ষৰ অক্টোবৰ মাহৰ শেষৰ পিনে সম্পূৰ্ণ হৈ উঠিব।

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণত ব্যয় হ’ব প্ৰায় ১,০০০ কোটি টকা। ইতিমধ্যে শ্ৰীৰাম ভূমি তীৰ্থ ক্ষেত্ৰই লাভ কৰিছে প্ৰায় ৩,০০০ কোটি টকাৰ বৰঙণি।

হিন্দুসকলৰ পৱিত্ৰ ভূমি বুলি বিবেচিত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ চলি থকা বিবাদক ইতিমধ্যে উচ্চতম ন্যায়ালয়ে মীমাংসা কৰি দিছে।

উল্লেখ্য যে উক্ত স্থানত থকা বাবৰি মদজিদটো ১৯৯২ চনত আৰ এছ এছৰ নেতৃত্বত ধ্বংস কৰাৰ পিছতে উক্ত এলেকাটো বিবাদমান বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিল।

পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে উক্ত স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ পক্ষে ৰায় দিয়ে।

আৰ্কিটেক লাৰ্চেন আৰু ট’ব্ৰ’ই মন্দিৰৰ নিৰ্মাণ আৰ্হি বিনামূল্যে সম্পূৰ্ণ কৰি দিছে।

দেশত প্ৰায় ডেৰ লাখৰো অধিক বিশ্ব হিন্দু পৰিষদৰ সক্ৰিয় কৰ্মীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অৰ্থ সংগ্ৰহ অভিযানত অংশগ্ৰহণ কৰি আছে।

দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ লগতে  বহুসংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ো ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অৰ্থ সাহায্য আগবঢ়াইছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

June 27, 2026 3:13 pm
ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

June 27, 2026 2:37 pm
ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

June 27, 2026 2:30 pm
শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

June 27, 2026 3:13 pm
ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

June 27, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd