• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পুনৰ ৪০ দিনৰ পেৰলত মুক্ত হ’ল ভণ্ড বাবা ৰাম-ৰহিম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2026 9:00 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত ডেৰা সাচা সৌদাৰ মুৰব্বী গুৰমিত ৰাম ৰহিম সিং পুনৰবাৰ কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই আহিছে। ২০ বছৰীয়া কাৰাদণ্ডৰে দণ্ডিত ৰাম ৰহিমক সোমবাৰে পুৱা হাৰিয়ানাৰ সুনৰিয়া কাৰাগাৰৰ পৰা ৪০ দিনৰ পেৰোলত মুক্তি দিয়া হয়। ২০১৭ চনত ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত এইটো তেওঁৰ ১৫ সংখ্যক মুক্তি। উল্লেখযোগ্য যে, যোৱা আঠ বছৰৰ কাৰাবাসৰ সময়ছোৱাত তেওঁ ইতিমধ্যে মুঠ ৪০৫ দিন কাৰাগাৰৰ বাহিৰত কটাইছে।

সোমবাৰে দিনৰ প্ৰায় ১১.৪৫ বজাত কঠোৰ নিৰাপত্তাৰ মাজত এখন বিশেষ বাহনত উঠি কাৰাগাৰ চৌহদ ত্যাগ কৰে বাবা ৰাম-ৰহিমে। পেৰলৰ এই সময়ছোৱাত তেওঁ চিৰসাৰ ডেৰা সদৰত থাকিব বুলি জানিব পৰা গৈছে।

Apply Now

ডেৰাৰ দ্বিতীয়জন গুৰু সৎনাম সিঙৰ জন্ম জয়ন্তী উপলক্ষে এই পেৰল মঞ্জুৰ কৰা হৈছে। প্ৰতি বছৰে ২৫ জানুৱাৰীত চিৰসাত ডেৰা সাচা সৌদাৰ এই আটাইতকৈ ডাঙৰ উৎসৱটি পালন কৰা হয়, য’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ অনুগামীৰ সমাগম ঘটে।

২০১৭ চনৰ আগষ্ট মাহত চিবিআইৰ বিশেষ আদালতে দুগৰাকী শিষ্যক ধৰ্ষণ কৰাৰ গোচৰত ৰাম ৰহিমক ২০ বছৰৰ কাৰাদণ্ড বিহিছিল। ইয়াৰ উপৰি ২০১৯ চনত সাংবাদিক ৰামচন্দ্ৰ ছত্রপতিৰ হত্যাকাণ্ডৰ গোচৰতো তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল। অৱশ্যে ২০০২ চনৰ ডেৰাৰ প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিং হত্যাকাণ্ডৰ গোচৰত ২০২৪ চনৰ মে’ মাহত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ৰাম ৰহিমসহ আন চাৰিজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰে। আদালতৰ মতে চিবিআইৰ সেই তদন্তত যথেষ্ট বিসংগতি আছিল।

বাৰে বাৰে পেৰোল লাভ কৰাক লৈ ৰাম ৰহিমক লৈ বিভিন্ন মহলত বিতৰ্কৰ সৃষ্টি হৈছে। বিশেষকৈ কোনো ডাঙৰ নিৰ্বাচন বা উৎসৱৰ আগে আগে তেওঁক এনেদৰে মুক্তি দিয়া কাৰ্যই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। যোৱা বছৰৰ আগষ্ট মাহতো তেওঁ ৪০ দিনৰ বাবে কাৰাগাৰৰ পৰা বাহিৰলৈ আহিছিল। বাৰে বাৰে লাভ কৰা এই ৰেহাইক লৈ শিখ সংগঠনসমূহৰ লগতে ভুক্তভোগীৰ পৰিয়াল সমূহেও তীব্ৰ আপত্তি দৰ্শাই আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd