DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুৰ সলনি! ভেকচিন ল’বলৈ আগ্ৰহী বাবা ৰামদেৱৰ ‘চিকিৎসকসকল ভগৱানৰ দূত’ বুলি মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2021 12:22 pm
Baba ramdev

বাবা ৰামদেৱ।

328
VIEWS
Share on FacebookShare on Twitter

যোগ আৰু আয়ুৰ্বেদৰ ‘ডবল ড’জ’ লৈ নিজকে সুৰক্ষিত দাবী কৰি বাবা ৰামদেৱে কৈছিল যে তেওঁৰ কৰ’নাৰ ভেকচিন লোৱাৰ কোনো প্ৰয়োজন নাই।

এতিয়া নিজৰ সেই স্থিতি সলনি কৰি যোগগুৰু ৰামদেৱে জনাইছে যে শীঘ্ৰেই তেওঁ ভেকচিন ল’ব।

সেয়াই নহয়, চিকিৎসকসকলক ‘ভগৱান দূত’ বুলিও অভিহিত কৰিছে ৰামদেৱে। বিগত কিছুদিন ধৰি এল’পেথিক লৈ কটাক্ষ কৰি বিতৰ্কৰ সূত্ৰপাত কৰা ৰামদেৱৰ সুৰ সলনি হোৱা দেখা গৈছে।

বৃহস্পতিবাৰে হৰিদ্বাৰত ৰামদেৱে কয়,’’আপোনালোকে ভেকচিনৰ দুটা ড’জ লওক। সেইদৰে যোগ আৰু আয়ুৰ্বেদৰ সুৰক্ষাতো থাকক। ইয়াৰ ফলত আপোনাৰ সুৰক্ষা এনেকুৱা এক অৱস্থাত থাকিব কোনোৱে আৰু কৰ’নাত মৃত্যুবৰণ কৰিবলগীয়া নহ’ব।‘’

আনহাতে, ২১ জুনৰ পৰা দেশজুৰি বিনামূলীয়া ভেকচিন দিয়াৰ কথা ঘোষণা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদক্ষেপক ঐতিহাসিক বুলি অভিহিত কৰিছে ৰামদেৱে।

ইপিনে তেওঁ কেতিয়া ভেকচিন ল’ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰামদেৱে ‘অতি শীঘ্ৰেই’ বুলি জানিব দিয়ে।

তাৰ পাছতে এল’পেথি চিকিৎসকসকলক প্ৰশংসা কৰি ৰামদেৱে তেওঁলোক ‘পৃথিৱীলৈ ভগৱানৰ প্ৰেৰিত দূত’ বুলি কয়।

ইণ্ডিয়ানমেডিকেল এছ’চিয়েশ্যনৰ সৈতে তেওঁৰ চলি থকা সংঘাতৰ বিষয়টো সন্দৰ্ভত ৰামদেৱে কয়,’’মই কোনো সংস্থাৰ বিৰুদ্ধে নহয়। চিকিৎসকসকল সঁচাকৈয়ে দেবদূত। পৃথিৱীত ভগৱানৰ প্ৰেৰিত দূত তেওঁলোক। কিন্তু কোনো কোনো চিকিৎসকে ব্যক্তিগতভাৱে ভুল কাম কৰিবই পাৰে।‘’

তদুপৰি, যোগগুৰুগৰাকীয়ে স্বীকাৰ কৰে,’’জৰুৰীকালীন অৱস্থাত চিকিৎসা তথা শল্য চিকিৎসাত এল’পেথিয়েই শ্ৰেষ্ঠ। ইয়াক লৈ কোনো মতদ্বৈধতা থাকিব নোৱাৰে।‘’

Recent News

Guwahati Murder

মহানগৰীত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd