• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘উন্নয়নে ধুলি উৰুৱাই নিব’, দিল্লীৰ প্ৰদূষণৰ বাবে ঘৰত পৰ্দা লগোৱাৰ পৰামৰ্শ বাবা ৰামদেৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2025 5:02 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰোনাৰ পৰা কেন্সাৰৰ ঔষধলৈকে যিকোনো সমস্যাৰ ‘কঠিন সমাধান‘ হিচাপে পৰিচিত যোগগুৰু বাবা ৰামদেৱে পুনৰ এবাৰ বিতৰ্কৰ মাজলৈ আহিছে, এইবাৰ দিল্লীৰ ভয়ংকৰ বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰাৰ এক আচৰিত উপায় দি। তেওঁৰ মতে, দেশত ‘উন্নয়ন হৈ আছে, ধূলি উৰি যাবই‘, সেয়ে ‘এয়াৰ পিউৰিফায়াৰ‘ৰ দৰে বিলাসীতা এৰি মানুহে নিজৰ ঘৰত পৰ্দা ওলোমাই দিব লাগে।

শেহতীয়াকৈ এটা টিভি চেনেলক দিয়া এক সাক্ষাৎকাৰত ৰামদেৱে কয়, “দেশখন এতিয়াও উন্নয়নৰ পথেৰে আগবাঢ়িছে, এই পৰিস্থিতিত কিছু ধূলি উৰি যাব। কেতিয়াবা দিল্লী গেছ চেম্বাৰলৈ পৰিণত হয়। এনে পৰিস্থিতিত আপুনি আপোনাৰ ঘৰত পৰ্দা ওলোমাই দিব লাগে। সেই পৰ্দাবোৰ ১৫-২০ দিনৰ পিছত এবাৰ পৰিষ্কাৰ কৰি নিশ্চিতভাৱে মাস্ক পিন্ধিব লাগে।”

Apply Now

তেওঁ এয়াৰ পিউৰিফায়াৰৰ বৰ্ধিত চাহিদা সন্দৰ্ভত মন্তব্য কৰি কয় যে “এইবোৰ ধনী মানুহৰ বিলাসীতা। এই বিলাসীতাত লিপ্ত হোৱাৰ প্ৰয়োজন নাই।”

ৰামদেৱে দিল্লীবাসীক ঘৰৰ ভিতৰতে ‘অনুলোম-বিলোম‘ আৰু ‘কপালভাটি‘ আদি ব্যায়াম কৰিবলৈও পৰামৰ্শ দিয়ে, যিয়ে প্ৰদূষণৰ কু-প্ৰভাৱৰ পৰা ৰক্ষা কৰিব।

উল্লেখ্য যে ৰাজধানী দিল্লীৰ বায়ুৰ মানদণ্ড দিনক দিনে শোচনীয় হৈ পৰিছে। যোৱা শনিবাৰে দিল্লীৰ এয়াৰ কোৱালিটি ইণ্ডেক্স (AQI) ৪৩১ আছিল, যি বছৰটোৰ ভিতৰতে আটাইতকৈ বেয়া। তীব্ৰ প্ৰদূষণৰ ফলত চৰকাৰে পুনৰ দিল্লীত ‘GRAP 3’ বলৱৎ কৰিছে, যাৰ অধীনত ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু বিদ্যালয়সমূহ হাইব্ৰিড মোডত পৰিচালনা কৰা হৈছে।

আনহাতে, হৃদৰোগ বিশেষজ্ঞ ডাঃ আলোকে দিল্লীৰ বাসিন্দাসকলক ঘৰত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰা, N-95 মাস্ক পিন্ধা আৰু ঘৰৰ ভিতৰত গছ-গছনি ৰোপণ কৰাৰ দৰে পদক্ষেপ ল‘বলৈ পৰামৰ্শ দিছে। ৰামদেৱৰ এই পৰামৰ্শই পুনৰ এবাৰ চিকিৎসা আৰু পৰিৱেশ বিজ্ঞানীৰ সৈতে তেওঁৰ পৰামৰ্শৰ পাৰ্থক্যক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd