DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

অপৰাধ নে অন্ধ বিশ্বাস ? ভূত খেদিবলৈ মাতি বাবাজীয়ে ধৰ্ষণ কৰিলে মহিলাক

অভিযোগ অনুসৰি ওজা ৰাজ শ্বেখৰ ভূত-প্ৰেত খেদিবলৈ আৰু জ্যোতিষ গণনা কৰিবলৈ নিজৰ ঘৰলৈ মাতিছিল ভুক্তভোগী মহিলাগৰাকীক।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2023 6:20 pm
90
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে এক গাৰ নোম শিয়ৰাই তোলা ঘটনা। পুনৰ ভণ্ড বাবাজীয়ে ধৰ্ষণ কৰিলে এগৰাকী মহিলাক।

উত্তৰ প্ৰদেশত ভূত খেদিবলৈ আহি এগৰাকী মহিলাক ধৰ্ষণ কৰিছে এজন লম্পট তান্ত্ৰিকে। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ভণ্ড ওজাটোক।

এনডিটিভিৰ বাতৰি অনুসৰি ২৯ ডিচেম্বৰত এগৰাকী মহিলাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। অভিযোগ অনুসৰি ওজা ৰাজ শ্বেখৰ ভূত-প্ৰেত খেদিবলৈ আৰু জ্যোতিষ গণনা কৰিবলৈ নিজৰ ঘৰলৈ মাতিছিল ভুক্তভোগী মহিলাগৰাকীক।

কিন্তু তাত অকলে পালে অভিযুক্তই মহিলাগৰাকীৰ লগত সংঘটিত কৰিলে ব্যভিচাৰ। আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ লগে লগে ওজা বকিল ৰাজ শ্বেখক গ্ৰেপ্তাৰ কৰে।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত অনুসূচিত জাতি আৰু জনজাতি আইনৰ একাধিক ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষী অধীক্ষক যশবীৰ সিঙে জানিবলৈ দিয়ে।

আৰক্ষী সূত্ৰই জনোৱা মতে অভিযোগ পোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল ওজা বকিল। দুষ্কাৰ্য্য সংঘটিত কৰি পলাই আছিল লম্পট বাবাজী। অৱশেষত শনিবাৰে গোপন সূত্ৰৰ তথ্য অনুসৰি এখন হোটেলত আৰক্ষীয়ে অভিযান চলায়। তাৰ পৰাই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে ধৰ্ষণকাৰী ওজা জনক।

Recent News

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd