• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুস্থ গণতন্ত্ৰত প্ৰয়োজন নাই নেকি সক্ৰিয় বিৰোধীৰ? মুখ্যমন্ত্ৰীৰ ‘তুলুঙা’ বক্তব্যই সূচাইছে কি?

‘এগৰাকী মুখ্যমন্ত্ৰীয়ে বিৰোধীক লৈ এনে তুলুঙা মন্তব্য কৰাটো উচিত নহয়’ ববিতা শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 19, 2021 5:13 pm
hh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুস্থ এক গণতন্ত্ৰ বা চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ বিৰোধীৰ সক্ৰিয়তাৰ নিশ্চয়কৈ প্ৰয়োজন আছে।

যিকোনো এখন চৰকাৰ কিবা কাম কৰোতে তাত হোৱা ভুলবোৰ আঙুলিয়াই দিবলৈ নিশ্চয়কৈ বিৰোধীৰ প্ৰয়োজন। তথা তেনে পদ্ধতিৰে স্বাধীনোত্তৰ কালৰ পৰা শাসক পক্ষ আৰু বিৰোধীৰ ভুমিকা চলি আহিছে।

Apply Now

কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই যেন সুস্থ গণতন্ত্ৰত বিৰোধীৰ প্ৰয়োজনীয়তা একেবাৰে নুই কৰিব পেলাইছে।

হিমন্ত বিশ্ব শৰ্মাৰ মতে এই চৰকাৰৰ ৫ বছৰীয়া শাসনকালত বিৰোধীৰ প্ৰয়োজনীয়তা একেবাৰে নাই।

‘যিহেতু আমি সকলো জাতি-ধৰ্ম-বৰ্ণৰ মানুহৰ উন্নয়নৰ হকে কাম কৰিম গতিকে ৫ বছৰ বিৰোধীত বহি কি কৰিব? সকলোৱে একেলগে আমাৰ লগত আহি কাম কৰক। সকলো সমষ্টিৰে সম উন্নয়ন কৰিম যিহেতু বিৰোধীতদ বহি তেওঁলোকৰ কি লাভ হ’ব?’

মুখ্যমন্ত্ৰীৰ এনেধৰণৰ তুলুঙা তথা তৰল বক্তব্যই নিশ্চয়কৈ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক একপ্ৰকাৰৰ কুঠাৰঘাত কৰিছে।

কিয়নো গণতান্ত্ৰিক দেশ হিচাপে নিৰ্বাচন অনুষ্ঠিত কৰি ভোটদানৰ জৰিয়তে জন প্ৰতিনিধি নিৰ্বাচিত কৰে তথা সংখ্যাৰ ওপৰত ভিত্তি কৰি শাসক বা বিৰোধীৰ স্থান নিৰ্ধাৰিত হয়। তেনে অৱস্থাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যই ‘এক দেশ এক দল’ নীতিৰে যেন পোষকতা কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যৰ পাছতে তেওঁক উভটি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ববিতা শৰ্মাই কয় ‘এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনেধৰণৰ মন্তব্য শোভা নাপায়। আমাৰ দেশখন একনায়কত্ববাদী দেশ নহয়। গণতান্ত্ৰিক দেশত বিৰোধী থাকিবই। ৰাইজৰ কামসমূহ সঠিক ৰূপত উন্নয়ন হৈছে নে নাই সেয়া বিচাৰ কৰিবলৈ বিৰোধীৰ প্ৰয়োজন।‘

‘কোনেও নিজ মুখে ক’ব নোৱাৰে যে তেওঁলোক সুযোগ্য শাসক। যদি তেনেকুৱাই হ’লহেঁতেন নিশ্চয়কৈ ভাৰতত ইমানবোৰ ৰাজনৈতিক দল নাথাকিলহেঁতেন। মুখ্যমন্ত্ৰীৰ বিৰোধীক লৈ কৰা মন্তব্য তুলুঙা আৰু এগৰাকী মুখ্যমন্ত্ৰীয়ে তেনেকুৱা ধৰণৰ মন্তব্য কৰাটো উচিত নহয়।‘ শৰ্মাই এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd