DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সামৰিক কুছ-কাৱাজত হিল পিন্ধি ভাগ ল’লে মহিলা সৈনিকে, তুমুল বিতৰ্ক, ক’ত?

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2021 4:51 pm
ukk
304
VIEWS
Share on FacebookShare on Twitter

সেনা বুলি ক’লেই বহুতৰে কাণত হয়তো বাজি উঠে গুৰুপ গুৰুপ বুট জোতাৰ শব্দ।

সেনা পুৰুষেই হওঁক বা মহিলা, সকলোৱে সামৰিক কুছ-কাৱাজৰ সময়ত বুট জোতা পিন্ধাটো একপ্ৰকাৰৰ নিয়ম।

কিন্তু এউ নিয়ম ভংগ কৰি এতি সমালোচনাৰ সন্মুখীন হৈছে ইউক্ৰেইনৰ একাংশ মহিলা সৈনিক।

প্ৰায় ৩০ বছৰ পূৰ্বে ৰাছিয়াৰ পৰা ফালৰি কাটি গঠন হোৱা ইউক্ৰেইনে কিছুদিন পিছতে উদযাপন কৰিব স্বাধীনতা দিৱস।

স্বাধীনতা দিৱসত ভাগ লোৱাৰ বাবেই এতিয়া দেশ খনত সেনাৰ মাজত চলিছে ব্যাপক সামৰিক অনুশীলন। এনে অনুশীলনত ভাগ ল’বলৈ গৈ ইউক্ৰেইনৰ একাংশ মহিলা সেনাই বিট জোতাৰ সলনি হিল পিন্ধাহে দেখা গ’ল।

হিল পিন্ধি মহিলা সৈনিকে সামৰিক অনুশীলন চলোৱাৰ বিষয়টোক বহুতে এতিয়া লিংগ বৈষম্যৰ দৃষ্টিৰে চাবলৈ ধৰিছে।

ছ’চিয়েল মিডিয়াতো এইবুলি লমালোচনা হৈছে যে সৈনিকসকল মহিলা হোৱাৰ বাবেই তেওঁলোকক পুৰুষৰ পৰা পৃথক হিচাবে বুজাবলৈ সামৰিক অনুশীলনৰ সময়ত হিল পিন্ধিবলৈ দিয়া হৈছে।

জনপ্ৰিয় ধাৰাভাষ্যকাৰ ভিটালি পোটিনোকভে এয়া ইউক্ৰেইনৰ সেনা বাহিনীৰ শীৰ্ষ বিষয়াৰ মধ্যযুগীয় চিন্তাৰ প্ৰকাশ বুলি মন্তব্য কৰিছে।

মহিলা সৈনিকে হিল পিন্ধি সামৰিক অনুশীলন চলোৱাৰ বিষয়টোকলৈ সৃষ্টি হোৱা এনে বিতৰ্কৰ বাবে এতিয়া শলঠেকত পৰিছে ইউক্ৰেইনৰ চৰকাৰো।

এয়া দৰাচলতে লিংগ বৈষম্যৰ বহিঃপ্ৰকাশ নে কোনো বিষয়াৰ ভুল সিদ্ধান্তৰ বাবে হোৱা ঘটনা সেই বিষয়ত ইউক্ৰেইনৰ চৰকাৰে এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd