• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত বিছলেৰী মিনাৰেল ৱাটাৰ বটলত দুৰ্গন্ধ যুক্ত পানী বিক্ৰী

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , August 28, 2018 7:32 am

2 min read

বিছলেৰী মিনাৰেল ৱাটাৰ
89
VIEWS
Share on FacebookShare on Twitter

সম্প্ৰতি  বজাৰত উপলব্ধ বটলৰ এটুপী পানীয়ে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে মাৰাত্মক ৰোগ। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত পোহৰলৈ অহা এক ঘটনাত ধৰা পৰিছে কিদৰে ‘মিনাৰেল ৱাটাৰ’ৰ নামত অসমত ব্যৱসায় কৰি থকা একাংশ কোম্পানীয়ে জনস্বাস্থ্যৰ প্ৰতি পিঠি দি মানুহৰ জীৱনৰ সৈতে খেলা কৰি আহিছে।

 মাৰ্ঘেৰিটাত ব্যাপক হাৰত বিক্ৰী হৈ থকা বিছলেৰী ইণ্টাৰ্নেশ্যনেল প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ মিনাৰেল ৱাটাৰ বটলত এই বিসংগতি ধৰা পৰিছে।

 উক্ত কোম্পানীটোৰ ডিব্ৰুগড়ৰ ধেকেৰিগাওঁ‌ বানিপুৰ লাহুৱালস্থিত “ভিজন ফুড এণ্ড বেভেৰেজ“ পেকেজিং দায়িত্ব থকা এই বহুজাতিক কোম্পানীটোৱে ২০১৮ বৰ্ষৰ জুন মাহতে পেকেজিং কৰা মিনাৰেল ৱাটাৰ পানীৰ বটল সমূহত দুৰ্গন্ধ পোৱা গৈছে। এই সম্পৰ্কে বিভিন্নজনে কোম্পানীটোক অৱগত কৰিছিল যদিও ইয়াৰ পাছতো তিনিচুকীয়া জিলা খনৰ লগতে মাৰ্ঘেৰিটা মহকুমাটোত ব্যাপক ৰূপত এই মিনাৰেল ৱাটাৰৰ বিক্ৰী অব্যাহত ৰাখিছে।

পানী বটল এনেধৰণৰ ৰাসায়নিক দুৰ্গন্ধ জিলাখনৰ ডুমডুমাটো ধৰা পৰিছিল। এই ৰাসায়নিক দুৰ্গন্ধ পানী সতেজ কৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য অধিক পৰিমাণৰ থকাৰ বাবে এই দুৰ্গন্ধ বাহিৰ হৈছে বুলি মত ব্যক্ত কৰিছে একাংশ সচেতন লোকে।

এই ক্ষেত্ৰত উচ্চ পৰ্য্যায়ৰ এক তদন্ত কৰি এই মিনাৰেল ৱাটাৰ কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপিত হৈছে। এই ক্ষেত্ৰত খাদ্য ও স্বাস্থ্য সুৰক্ষা বিভাগসমূহে কেনেধৰণত ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য যে বৰ্তমানেও তিনিচুকীয়াৰ লগতে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন দোকানত উভৈনদী হৈ আছে এই দুৰ্গন্ধযুক্ত বিছলেৰি মিনাৰেল ৱাটাৰ৷

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd