• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৮ মে’ৰ পৰা দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ’ব বদ্ৰীনাথ মন্দিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 16, 2021 6:03 pm

1 min read

১৮ মে’ৰ পৰা দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ’ব বদ্ৰীনাথ মন্দিৰ
120
VIEWS
Share on FacebookShare on Twitter

উত্তৰাখণ্ডৰ হিমালয়ৰ পাদদেশত অৱস্থিত ইতিহাসপ্ৰসিদ্ধ বদ্ৰীনাথ মন্দিৰ ১৮ মে’ৰ ৰাতিপুৱাৰ পৰা পুনৰ মুকলি হ’ব বুলি মঙলবাৰে বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে।

বসন্ত পুৰ্ণিমা উপলক্ষে নগেন্দ্ৰনগৰ ৰাজমহলত ৰাতিপুৱা মহুৰত অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

মহুৰত অনুষ্ঠানত বৈদিক ৰীতি নীতিৰে মন্ত্ৰ উচ্চাৰিত কৰাৰ লগতে পুজাৰীয়ে পুজা-অৰ্চনা কৰিব।

১৯ নৱেম্বৰৰ পৰা শীতৰ বাবে বদ্ৰীনাথ মন্দিৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছিল।

এইবাৰ বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ পাছত বদ্ৰীনাথ, কেদাৰনাথ, যমুনোত্ৰী আৰু গংগোত্ৰী এইচাৰিধাম যাত্ৰাৰ বাবে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিব।

সম্পুৰ্ণ কোভিড প্ৰট’কল মানি ভক্তসকলক মন্দিৰ দৰ্শনৰ সুবিধা প্ৰদান কৰা হ’ব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd