• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডেৰ মাহ হ’ল বাঘজানৰ গেছ নিৰ্গমনৰ, জুই নুমুওৱাত বিফল অইল

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
July 9, 2020 11:29 pm
Baghjan blowout enters 44th day, OIL fails to douse fire
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাঘজানৰ গেছ নিৰ্গমনৰ ঘটনাই বৃহস্পতিবাৰে ৪৪ দিনত ভৰি দিলে, কিন্তু অইল ইণ্ডিয়া লিমিটেডে এতিয়াও নিৰ্বাপিত কৰিব পৰা নাই খাদটোৰ জুই।

জুই নিৰ্বাপনৰ বাবে ছিংগাপুৰৰ এলাৰ্ট ডিজাষ্টাৰ কণ্ট্ৰ’লৰ পৰা অনা ছজনীয়া বিশেষজ্ঞৰ দলটোও এতিয়ালৈকে জুই নুমুওৱাত বিফল হৈছে।

Apply Now

বাঘজানত অইলৰ ৫নং খাদত ২৭ মে’ত নিৰ্গমনৰ ঘটনা সংঘটিত হৈছিল, আৰু একেটা খাদতে ১৩ দিন পিছত প্ৰচণ্ড অগ্নিকাণ্ডৰ ঘটনা ঘটিছিল।

বৃহৎ জুয়ে সমগ্ৰ বাঘজান এলেকাকে সামৰি লৈছিল। অঞ্চলটোৰ মাগুৰি-মতাপুং বিলৰ চৰাই আৰু জলজ প্ৰাণীৰ ব্যাপক ক্ষতি হৈছিল।

প্ৰচণ্ড জুইৰ বাবে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশও প্ৰভাৱিত হৈছিল।

নৰ্থইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত পৰিৱেশবিদ নিৰন্তৰ গোহাঁয়ে কয় যে জুইকুৰাই দিনে দিনে ডিব্ৰু-ছৈখোৱাৰ সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে।

“নিৰ্গমনথলীৰ পৰা অহা গুমগুমোৱা শব্দৰ তীব্ৰতা যোৱা কিছুদিন ধৰি বৃদ্ধি পাইছে আৰু ৯ জুনত হোৱা দ্বিতীয়টো নিৰ্গমনৰ দিনৰ পৰা হোৱা কঁপনি এতিয়াও অব্যাহত আছে,” গোহাঁয়ে কয়।

“ই সমগ্ৰ অঞ্চলটোৰ পৰিৱেশত প্ৰভাৱ পেলাইছে। অইল ইণ্ডিয়া লিমিটেডে জুই নিয়ন্ত্ৰণৰ বাবে ৭ জুলাই সময়সীমা নিৰ্ধাৰণ কৰিছিল কিন্তু তেওঁলোকে এতিয়ালৈকে জুই নুমুওৱাত বিফল হৈছে।”

ইফালে বাঘজান আৰু গুইজান দুয়ো ঠাইতে বায়ুৰ গুণমান নিৰীক্ষণ কৰা হৈছে। বুধবাৰে বাঘজানত শব্দৰ স্তৰ নিৰীক্ষণ চলোৱা হৈছে।

M/s ERMৰ দলে মাগুৰি বিল অঞ্চলৰ মাছমৰীয়াসকলৰ সৈতে আলোচনা চলাইছে।

খাদটো বন্ধ কৰাৰ এসপ্তাহ পিছলৈকে M/s ERMৰ অধ্যয়ন চলি থাকিব।

আনহাতে অইলৰ বিষয়াই জনোৱা মতে ধাৰাবাহিক বৰষুণ আৰু গধূৰ যান-বাহনৰ চলাচলৰ বাবে খাদটোলৈ অহা পথটোৰ অৱস্থা বেয়ালৈ ঢাল খাইছে।

তেওঁ লগতে জনোৱা মতে পথটোৰ বেয়া অংশ মেৰামতিৰ বাবে অহৰহ চেষ্টা চলাই থকা হৈছে আৰু এলেকাটোৰ পৰা ধ্বংসাৱশেষসমূহ আঁতৰোৱাৰ কামো অব্যাহত আছে।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd