• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অপেনিঙত নামি তাণ্ডৱ! এছিয়া কাপত ৩২টা বলত শতক, ৪২টা বলত ১৪৪ ৰাণৰ দুৰ্দান্ত ইনিংছ বৈভৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2025 10:15 am
67
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ অভিলেখ নিজেই ভংগ কৰিলে বৈভৱ সূৰ্যবংশীয়ে। মাত্ৰ ১৪ বছৰ বয়সতে আই পি এলত গুজৰাট টাইটানছৰ বিৰুদ্ধে ৩৮টা বলত ১০১ ৰান সংগ্ৰহ কৰি সকলোকে স্তম্ভিত কৰি তুলিছিল বিহাৰৰ এইগৰাকী ক্ৰিকেটাৰে। এইবাৰ ভাৰতৰ এই ‘বিস্ময়কৰ প্ৰতিভা’ই ৩২টা বলতে শতক অৰ্জন কৰে।

বৈভৱ এতিয়া দোহাত। এছিয়ান ক্ৰিকেট কাউন্সিলৰ এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছ প্ৰতিযোগিতাত খেলিবলৈ গৈছে। শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছ প্ৰতিযোগিতা।

Apply Now

ইণ্ডিয়া ‘এ’ দলে সংযুক্ত আৰব আমিৰশ্বাহীৰ বিৰুদ্ধে খেলিছিল। প্ৰথম দিনাই ২২ গজত তেওঁৰ বেটত ৰানৰ জোৱাৰ উঠিল। বৈভৱে ১৫টা বিশাল ছয় মাৰে।

শুকুৰবাৰে দোহাত টছত জয়লাভ কৰাৰ পাছত ইণ্ডিয়া এ দলে বেটিং কৰাৰ সিদ্ধান্ত লৈ ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২৯৭ ৰান সংগ্ৰহ কৰে। অৱশ্যে দ্বিতীয় অভাৰত ভাৰতে এটা উইকেট হেৰুৱাইছিল। ৬ টা বলত ১০ ৰান সংগ্ৰহ কৰি ৰান আউট হয় প্ৰিয়ংশ আৰ্য্য।

ইয়াৰ পিছতে ৩ নম্বৰত বেটিং কৰিবলৈ ওলাই অহা নমন ধীৰে ইনিংছৰ নিয়ন্ত্ৰণ লয়। এটা দিশ ধৰি ৰাখিলে। আনহাতে, অ’পেন কৰিবলৈ নমা বৈভৱে ধুমুহাৰ সৃষ্টি কৰি ৩২টা বলতে শতক অৰ্জন কৰে।

২৩টা বলত ৩৪ ৰান সংগ্ৰহ কৰি আউট হয় নমন। তেওঁ ৩টা চাৰি আৰু ২টা ছয় কোবায়। তাৰ পাছত অধিনায়ক জিতেশ শৰ্মাই ৩২টা বলত ৮৩ ৰান সংগ্ৰহ কৰে।

কিন্তু বৈভৱে সকলোকে নিষ্প্ৰভ কৰি তুলিলে। ৱেষ্ট এণ্ড পাৰ্ক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত তেওঁ ৪২টা বলত ১৪৪ ৰান সংগ্ৰহ কৰে।

Vaibhav Sooryavanshi is a superstar. Period. 🔥

📹 | A statement century from our Boss Baby to set the tone 🤩

Watch #INDvUAE in the #DPWorldAsiaCupRisingStars2025, LIVE NOW on Sony Sports Network TV channels & Sony LIV. #SonySportsNetwork #SonyLIV pic.twitter.com/K0RIoK4Fyv

— Sony Sports Network (@SonySportsNetwk) November 14, 2025

ৰাজস্থান ৰয়েলছে যোৱা বছৰ মেগা নিলামত বৈভৱক ১১ কোটি টকাত ক্ৰয় কৰিছিল। এই দাম ৩০ লাখৰ পৰা কোটি কোটি টকালৈ বৃদ্ধি পাব বুলি কোনেও কল্পনা কৰিব পৰা নাছিল। বৈভৱে ইণ্ডিয়া এ দলৰ হৈ খেলিবলৈ নামি মাত্ৰ ৩২টা বলতে শতক অৰ্জন কৰি নিজকে এক অনন্য প্ৰতিভাৰ অধিকাৰী বুলি প্ৰমাণ কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

July 19, 2026 4:57 pm
৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

July 19, 2026 4:01 pm
বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

July 19, 2026 4:57 pm
৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

July 19, 2026 4:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd