• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি; জুবিনৰ ‘কাঞ্চনজংঘা’ত ব্যাঘাত জন্মোৱাৰ চেষ্টা বজৰংগ দলৰ

NE NOW NEWS এন ই নাও নিউজ
ডিব্ৰুগড় , September 6, 2019 11:21 am

1 min read

Untitled-1

প্ৰতিনিধিত্বমূলক চিত্ৰ

2.9k
VIEWS
Share on FacebookShare on Twitter

আজি ছবিঘৰত মুক্তি পালে জুবিন গাৰ্গৰ বহু চৰ্চিত ছবি কাঞ্চনজংঘা। কিন্তু মুক্তিৰ দিনটোতে ডিব্ৰুগড়ৰ গেলেৰীয়া ছবিগৃহত সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ।

ছবিখন চলি থকাৰ সময়তে আজি বজৰংগ দলে আহ্বান জনোৱা অসম বন্ধক সৰ্বাত্মক কৰাৰ চেষ্টাৰে বন্ধৰ সমৰ্থক সকলে ছবিগৃহ ঘেৰাও কৰে। বন্ধৰ সমৰ্থক সকলে কাঞ্চনজংঘাৰ প্ৰথম দৰ্শনী বন্ধ কৰাৰ আপ্ৰাণ চেষ্টা চলায়।

এই ঘটনাৰ পিছতেই বন্ধ সমৰ্থনকাৰী আৰু জুবিন অনুৰাগীৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলত উপস্থিত থকা আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে।

ঘটনাস্থলৰ পৰা প্ৰতিবাদকাৰী সকলক খেদি পঠিওৱাৰ পাছত পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

ইফালে জানিব পৰা অনুসৰি আজি মুক্তি লাভ কৰা কাঞ্চনজংঘাই প্ৰথম দৰ্শনীত ৰাইজৰ ব্যাপক সহাৰি লাভ কৰিছে।

উল্লেখ্য যে বৰ্তমানৰ এন আৰ চি বাতিল আৰু ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ পুনৰ নতুনকৈ এই পঞ্জী তৈয়াৰ কৰাৰ দাবীত আজি বজৰংগ দলে ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd