• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কুমাৰীকাটাত বাক্সা জিলা আদিবাসী চেংগেল অভিযানৰ তীব্ৰ প্ৰতিবাদ

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , January 31, 2021 2:04 pm

1 min read

কুমাৰীকাটাত বাক্সা জিলা আদিবাসী চেংগেল অভিযানৰ তীব্ৰ প্ৰতিবাদ
107
VIEWS
Share on FacebookShare on Twitter

অল ইণ্ডিয়া আদিবাসী চেংগেল অভিযানৰ নিৰ্দেশত সমগ্ৰ ভাৰতবৰ্ষৰ জুৰি আহ্বান জনোৱা ৰেলপথ, ঘাইপথ অবৰোধ কাৰ্যসূচী মৰ্মে আজি বাক্সা জিলা আদিবাসী চেংগেল অভিযান নামৰ সংগঠনটোৱে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

এই  কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে মাদল আৰু বিভিন্ন জাতীয় বাদ্য বজাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

‘আমাক লাগে এছ টি, উই ৱাণ্ট এছ টি, ন’ এছ টি ন’ ৰেষ্ট, উই ৱাণ্ট চাৰ্ণা কোড, আদিবাসী চেংগেল অভিযান জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি কুমাৰীকাটাৰ আকাশ-বতাহ উত্তাল কৰি তোলে প্ৰতিবাদী সংগঠনটোৰ নেতা-কৰ্মী সকলে।

ধৰ্ণা কাৰ্যসূচীৰ শেষত তেওঁলোকে তামুলপুৰ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰতিবাদস্থলীত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে বুলি কুমাৰীকাটা আৰক্ষী থানাৰ এটা দলো উপস্থিত আছিল।

Recent News

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

WhatsApp Image 2021-02-26 at 12.44.26 PM

ভাৰতীয়সকলৰ বাবে সুখৱৰ! গ্ৰীণ কাৰ্ডক লৈ ট্ৰাম্পৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে জো বিডেনে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd