• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্দোলনকাৰীক হাতত আইন তুলি নল’বলৈ আহ্বান বাক্সাৰ আৰক্ষী অধীক্ষকৰ; নাগ্ৰীজুলিত শান্তি সমিতি গঠন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
December 30, 2019 9:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যব্যাপী কা’ বিৰোধী আন্দোলন চলি থকাৰ মাজতে নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত বিমলানগৰ শান্তি আশ্ৰমত আজি এখন শান্তি সমিতি গঠন কৰা হয়। তামুলপুৰ মহকুমাৰ সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাসক সভাপতি, ছাত্র নেতা কুমুদ ডেকাক কাৰ্যকৰী সভাপতি, মাধৱ ছেত্ৰী আৰু পৰিমল শীলক যুটীয়া সম্পাদক হিচাপে হিচাপে লৈ উক্ত সমিতি গঠন কৰা হয়।

এই উদ্দেশ্যে আয়োজিত সভাত অংশগ্ৰহণ কৰি বাক্সা জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুৱেৰে আন্দোলনৰ সময়ত কোনও যাতে হাতত আইন তুলি নলয় সেই ক্ষেত্ৰত ছাত্র সংগঠন সমূহৰ নেতা-কৰ্মীৰ লগতে অন্যান্য দল সাংগঠনৰ নেতৃত্বক আহ্বান জনায়। অন্যথা আৰক্ষীয়ে আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ বাধ্য হ’ব বুলি জানিবলৈ দিয়ে।

Apply Now

উল্লেখ্য যে যোৱা ২৫ ডিচেম্বৰত ভাৰত-ভূটান সীমান্তৰ বগামাটিত বনভোজ খাবলৈ অহা দল আৰু একাংশ স্থানীয় লোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হোৱাত এক অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও স্থানীয় দল-সংগঠনৰ তৎপৰাতত পৰিস্থিতিৰ উপশম ঘটিছিল।

তাৰ পৰিপ্ৰেক্ষিততে আজি গুৱাবাৰীৰ বিমলানগৰ শান্তি আশ্ৰমত আছু, গোর্খা ছাত্র সন্থা, এবছু, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনকে ধৰি কেইবাটাও দল সংগঠনৰ উদ্যাগত আৰু তামুলপুৰ মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত আজি শান্তি সমিতি গঠন কৰা হয়।

সভাত তামুলপুৰৰ সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাস, তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা, তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শান্তি আশ্ৰমৰ স্বামীজী,  বাক্সা জিলা আছুৰ সভাপতি গোবিন্দ শৰণীয়া, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ সম্পাদক অধীৰ আৰ্য্য, বাক্সা জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ সম্পাদক পৰিমল শীল, বাক্সা জিলা গোর্খা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী,  কোঁচ ৰাজবংশী ছাত্র সন্থাৰ নেতা নয়ন তালুকদাৰ,  নাগ্ৰীজুলি আঞ্চলিক এবছুৰ উপ সভাপতি ৰেবেন বড়োকে আদি কৰি  কেইবাটাও দল সংগঠনৰ নেতা কৰ্মী, সমাজকৰ্মী চক্ৰ বাহাদুৰ চৌহান, যুৱ সমাজকৰ্মী ভজন দাস, খকণ বিশ্বাস আদি উপস্থিত থাকে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd