• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

য়ুৰোপীয় লীগত গ’ল প্ৰদান কৰি ভাৰতীয় ফুটবলত ইতিহাস সৃষ্টি বালা দেৱীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 7, 2020 5:55 pm

2 min read

য়ুৰোপীয় লীগত গ’ল প্ৰদান কৰি ভাৰতীয় ফুটবলত ইতিহাস সৃষ্টি বালা দেৱীৰ
286
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ফুটবল তাৰকা বালা দেৱী দেওবাৰে য়ুৰোপীয় পেচাদাৰী ফুটবল লীগত গ’ল প্ৰদান কৰি ভাৰতীয় ফুটবলত ইতিহাস সৃষ্টি কৰে।

এই সাফল্য অৰ্জন কৰা বালা দেৱী দেশৰ প্ৰথম মহিলা ফুটবলাৰ হিচাপে পৰিণত হয়।

য়ুৰোপীয় ক্লাবৰ সৈতে পেচাদাৰী চুক্তিত স্বাক্ষৰ কৰা প্ৰথম মহিলা ভাৰতীয় খেলুৱৈ বালা দেৱীয়ে দেওবাৰে ৰেঞ্জাৰ্ছ ওমেন এফ চিৰ হৈ গ’ল কৰে।

দ্বিতীয়াৰ্ধত কাৰ্ষ্টি হোৱাতৰ স্থানত ফিল্ডত প্ৰৱেশ কৰা বালা দেৱীয়ে প্ৰথমে ৬৮ মিনিটতে এটা পেনাল্টি অৰ্জন কৰি মেচত নিজৰ প্ৰভাৱ বিস্তাৰ কৰে।

পেনাল্টিটো তেওঁৰ সহযোগী ২০ বছৰীয়া ফৰাচী মহিলা ডাইনা ব’ৰ্মাই গ’ললৈ ৰূপান্তৰ কৰে।

ৰেঞ্জাৰ্ছে ধাৰাবাহিকভাৱে বিপক্ষৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখে আৰু ৮৫ মিনিটত বালা দেৱীয়ে য়ুৰোপীয় পেচাদাৰী লীগত তেওঁৰ জীৱনৰ প্ৰথমটো গ’ল প্ৰদান কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে দেওবাৰে স্কটিচ ওমেন’ছ প্ৰীমিয়াৰ লীগৰ এখন মেচত ৰেঞ্জাৰ্ছ ওমেন এফ চিয়ে মাডাৰৱেল ওমেনক ৯-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে।

🇮🇳 A first competitive #RangersFC goal for @BalaDevi_10 pic.twitter.com/p3IJ5TgUGN

— Rangers Women (@RangersWFC) December 6, 2020

স্মৰ্তব্য যে মণিপুৰৰ ২৯ বছৰীয়া বালা দেৱীয়ে পূৰ্বতে ভাৰতক নেতৃত্ব দিয়াৰ লগতে ২০১০ চনৰ পৰা খেলা ৫৮ খন আন্তঃৰাষ্ট্ৰীয় মেচত ৫২টা গ’ল কৰিছে।

ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ ভিতৰতে সৰ্বাধিক গ’ল দাতাৰ তালিকাত প্ৰথম স্থানত থকা বালা দেৱীৰ কেৰিয়াৰৰ বাবে এয়া এক ডাঙৰ উপলব্ধি বুলি ফুটবল বিষেষজ্ঞ সকলে অভিহিত কৰিছে।

Recent News

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

a mam

কেৱল দিল্লীতে নহয়, দেশৰ চাৰি স্থানত ৰাজধানী বিচাৰিলে এগৰাকী মুখ্যমন্ত্ৰীয়ে, কোন তেওঁ?

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd