• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী মোদীৰ দাবী অসাৰ; বিদ্যুতৰ পোহৰ নপৰা গোৱালপাৰাৰ এখন গাঁও

ছফিকুল আহমেদ by ছফিকুল আহমেদ
August 23, 2019 8:22 am
q1qqq-750x375

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৈদ্যুতিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ পাছতো আজি পৰ্যন্ত বিদ্যুৎ সংযোগ নহ’ল গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলদমাৰি বালাৰভিটা গাঁৱত।

দেশৰ প্ৰত্যেকখন গাঁৱতে যাতে বিদ্যুতৰ সংযোগ হয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সৌভাগ্য, দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ দৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছিল। কিন্তু এই আঁচনি সমূহে গাঁওখনক ঢুকি পোৱা নাই।

Apply Now

উল্লেখ্য যে বিভাগীয় কৰ্তৃপক্ষই কিছু বছৰ আগতেই গাঁওখনত বিদ্যুতৰ খুটা পুতিছিল যদিও আজিলৈ নহ’ল বিদ্যুৎ সংযোগ।

‘চাৰি বছৰ আগতে কেইবাটাও খুটা পুতিছিল আৰু কেইটামান খুটাৰ সৈতে তাঁৰো সংলগ্ন কৰিছিল। তেতিয়া আমাৰ ছাত্ৰ-ছাত্ৰী সকলে আশা কৰিছিল যে গাঁওখনৰ লগতে বিদ্যালয়ত অতি শীঘ্ৰে বিদ্যুৎ সংযোগ হ’ব আৰু গৰমৰ দিনত বিদ্যালয়ত ফেনৰ বতাহত পঢ়িব পাৰিব’। বালাৰভিটা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবু চামাই এইদৰে কয় নৰ্থ-ইষ্ট নাওক।

‘দেশৰ প্ৰত্যেকখন গাঁৱতে বিদ্যুৎ সংযোগ কৰা হোৱা বুলি দাবী কৰিলে মই আঁচৰিত হওঁ কিয়নো গোৱালপাৰা চহৰৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ দূৰত অৱস্থিত বালাৰভিটাৰ দৰে গাঁৱতে আজি পৰ্যন্ত বিদ্যুৎ সংযোগ নহ’ল’। প্ৰধান শিক্ষক গৰাকীৰ মন্তব্য।

প্ৰধান শিক্ষক গৰাকীয়ে গাঁওখনত বিদ্যুৎ সংযোগ কৰিবলৈ সংশ্লিষ্ট বিভাগক উদ্দেশ্যি বহুবাৰ আবেদন জনোৱাৰ পাছতো বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে।

‘এতিয়াও গাঁওবাসীয়ে বিদ্যুতৰ পোহৰ দেখাই নাই তেতিয়াহ’লে কেনেকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ডিজিটেল ইণ্ডিয়া’ৰ সপোন বাস্তৱত পৰিণত হ’ব’। গাঁও পঞ্চায়ত সদস্য আইনাল হকে এই প্ৰশ্ন উত্থাপন কৰিছে।

ইফালে কি কাৰণত গাঁওখনত বিদ্যুৎ সংযোগ কৰা হোৱা নাই সেই বিষয়ে জিলাখনৰ এ পি ডি চি এলৰ বিষয়াৰ পৰা জানিব বিচৰাত এগৰাকী বিষয়াই কয়, ‘কিবা কিবি ভুলৰ বাবে গাঁওবাসী বঞ্চিত হৈ আছিল কিন্তু মই কথা দিছো গাঁওখনত অতি শীঘ্ৰে বিদ্যুতৰ ব্যৱস্থা কৰা হ’ব’।

উল্লেখ্য যে বালাৰভিটাৰ দৰে এতিয়াও বিভিন্ন গাঁৱত বিদ্যুৎ সংযোগ হ’বলৈ বাকী আছে। কিন্তু ২০১৮ চনতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত এশ শতাংশই বৈদ্যুতিকৰণ হোৱা বুলি ঘোষণা কৰি থৈছিল।

মোদীৰ ঘোষণা মিছা বুলি প্ৰমাণিত হৈছিল তেতিয়াই যেতিয়া দেশৰ ৩১ মিলিয়ন ঘৰত বিদ্যুতৰ সংযোগ নোহোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল।

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd