• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বালাকোটত ভাৰতীয় বায়ুসেনাই ধ্বংস কৰা সন্ত্ৰাসবাদীৰ শিবিৰ পুনৰ গঢ়ি তুলিছে পাকিস্তানে

কুকুৰৰ নেজ কেতিয়াও পোন নহয়, পুনৰ প্ৰমাণ কৰিলে পাকিস্তানে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2020 8:36 pm
balakot-airstrikes
636
VIEWS
Share on FacebookShare on Twitter

কথাতে আছে কুকুৰৰ নেজ কেতিয়াও পোন নহয়।

পাকিস্তানৰ ক্ষেত্ৰতো এইষাৰ কথা খাঁজে-খাপে মিলি গৈছে। কাশ্মীৰৰ পুলৱামাত পাক সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলাই ২০ জনকৈ চিআৰপিএফৰ জোৱানক হত্যা কৰাৰ পিছতে ভাৰতীয় বায়ুসেনাই নিশাৰ অন্ধকাৰত পাক অধিকৃত কাশ্মীৰৰ বালাকোটত স্থাপন কৰা পাক সন্ত্ৰাসবাদীৰ শিবিৰত আক্ৰমণ চলাইছিল।

ভাৰতৰ এই ছাৰ্জিকেল ষ্ট্ৰাইকে সমগ্ৰ বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইকে কঁপাই তুলিছিল পাকিস্তানৰো বুকু। কিন্তু ছাৰ্জিকেল ষ্ট্ৰাইকৰ ১৮ মাহ উকলি যোৱাৰ পিছতে পাকিস্তানে পুনৰ বালাকোটত স্থাপন কৰিছে সন্ত্ৰাসবাদীৰ ঘাটি।

সেই ঘাটিত জইছ-ই-মহম্মদৰ দুৰ্ধৰ্ষ নেতা জুবেৰে শ শ যুৱকক ভাৰতৰ বিৰুদ্ধে সংগঠিত কৰাৰ লগতে তেওঁলোকক দি গৈছে সামৰিক প্ৰশিক্ষণ।

ভাৰতীয় চোৰাংচোৱাৰ হাতত  এই তথ্য আহি পৰাৰ পিছতে বিষয়টো সন্দৰ্ভত মুকলিকৈ ষ্পষ্টীকৰণ দিয়াৰ সাহস গোটাব পৰা নাই পাকিস্তানে।

চোৰাংচোৱাৰ তথ্য অনুসৰি পাকিস্তান চৰকাৰৰ পূৰ্ণ সমৰ্থন লাভ কৰি দেশ খনত এতিয়া সক্ৰিয় হৈ আছে ৪০ হাজাৰৰো অধিক সন্ত্ৰাসবাদী।

বালাকোটত পুনৰ পাক সন্ত্ৰাসবাদীয়ে ঘাটি স্থাপন কৰাক চাই কাশ্মীৰত পুনৰ পুলৱামা সদৃশ ভয়ংকৰ কূটাঘাত সংঘটিত হোৱাৰ আশংকাই গা কৰি উঠিছে।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd