• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ পাক সেনাৰ কনভয়ত ভয়ংকৰ আক্ৰমণ বেলুচ উগ্ৰপন্থীৰ; ৯০ জনক হত্যা কৰাৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2025 2:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানত আন এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এইবাৰ পাকিস্তানী সেনাৰ কনভয়ত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিলে বেলুচ লিবাৰেচন আৰ্মীয়ে। দেওবাৰে বেলুচিস্তানৰ ৰাজধানী কুৱেটাৰ পৰা টাফটান অভিমুখে গৈ আছিল কনভয়টো। সেই সময়ত বেলুচ উগ্ৰপন্থীয়ে কনভয়ত আক্ৰমণ চলায়। তেওঁলোকে ৯০ জন লোকক হত্যা কৰা বুলি দাবী কৰে। অৱশ্যে পাকিস্তান প্ৰশাসনৰ সূত্ৰ অনুসৰি এই আক্ৰমণত ৭ জন লোক নিহত হয়। আহত হৈছে ২১ জন লোক।

পাকিস্তান প্ৰশাসনৰ এক বিবৃতিত কোৱা হৈছে যে, “কুৱেটাৰ পৰা টাফটানলৈ যোৱা সেনাৰ কনভয়ক আক্ৰমণ কৰা হৈছে। এই কনভয়ত আছিল ৭খন বাছ আৰু দুখন গাড়ী। তেওঁলোকক লক্ষ্য কৰি লৈছে উগ্ৰপন্থীয়ে। কনভয়ত থকা এখন বাছত আই ই ডি বিস্ফোৰক ভৰ্তি এখন বাহনে খুন্দা মাৰে। আত্মঘাতী আক্ৰমণ বুলি অনুমান কৰা হৈছে। তদুপৰি কনভয়ৰ বাহনত ৰকেট গ্ৰেনেড নিক্ষেপ কৰা হয়।”

Apply Now

আহতসকলক শীঘ্ৰে চিকিৎসাৰ বাবে সেনাৰ হেলিকপ্টাৰেৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। নিৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে ড্ৰ’ন।

ইফালে, বেলুচ লিবাৰেচন আৰ্মীয়ে এক বিবৃতিত কয় যে, “মাজিদ ব্ৰিগেডে সেনাৰ কনভয়ক আক্ৰমণ কৰে। নাস্কি অঞ্চলৰ আৰ চি ডি হাইৱেৰ ৰকছ মিলৰ সমীপত সংঘটিত হয় এই আক্ৰমণ। কনভয়ত আঠখন বাছ আছিল। ইয়াৰ ভিতৰত এখন বাছ সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে।”  

বিবৃতিটোত লগতে কোৱা হৈছে যে আক্ৰমণৰ পিছত বেলুচ লিবাৰেশ্যন আৰ্মীৰ ফাতেহ স্কোয়াডে আন এখন বাছ ঘেৰাও কৰে। সকলো পাকিস্তানী জোৱানক হত্যা কৰা হৈছে বুলি দাবী কৰে। উগ্ৰপন্থী সংগঠনটোৱে মুঠ ৯০ জন লোকক হত্যা কৰা বুলি জানিবলৈ দিয়ে।

#BalochLiberationArmy freedom fighters hit occupying #Pakistan Army bus convoy at #Noshki #Balochistan . 90+ Pakistani soldiers reported liquidated . pic.twitter.com/QqDiXsDA8c

— Ninjamonkey 🇮🇳 (@Aryan_warlord) March 16, 2025

উল্লেখ্য যে যোৱা মঙলবাৰে পুৱা ৯ বজাত কুৱেটা ষ্টেচনৰ পৰা জাফৰ এক্সপ্ৰেছ ৰাওনা হৈছিল। পঞ্জাৱ প্ৰদেশৰ মাজেৰে ১৬০০ কিলোমিটাৰ যাত্ৰা কৰি পেছাৱৰলৈ যাবলগীয়া আছিল। ৩০ ঘণ্টীয়া যাত্ৰা ৩০ টা ষ্টেচনত ৰোৱাৰ কথা আছিল। মঙলবাৰে দিনৰ প্ৰায় ১ বজাত বোলান পাছৰ সমীপত জাফৰ এক্সপ্ৰেছ বেলুচ উগ্ৰপন্থীয়ে হাইজেক কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd