• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সশস্ত্ৰ সংগঠন এন ডি এফ বিৰ ওপৰত থকা নিষেধাজ্ঞা আৰু ৫ বছৰলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2019 7:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে আন ৫ বছৰলৈ এন ডি এফ বি( National Democratic Front of Bodoland)ৰ ওপৰত থকা নিষেধাজ্ঞা বৃদ্ধি কৰিছে।

এই নিষেধাজ্ঞা য়ু এ পি এ (Unlawful Activities (Prevention) Act), ১৯৬৭-ৰ ধাৰা ৩-ৰ উপ-ধাৰা ১-ৰ উপবন্ধৰ অধীনত সম্প্ৰসাৰণ কৰা হৈছে।

Apply Now

স্বাধীন বড়োলেণ্ডৰ দাবীৰে সশস্ত্ৰ বিদ্ৰোহ চলাই থকা এন ডি এফ বিক ৯০-ৰ দশকত প্ৰথমবাৰ নিষিদ্ধ ঘোষণা কৰা হৈছিল আৰু তাৰ পিছত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে এই নিষেধাজ্ঞা নৱীকৰণ কৰি অহা হৈছে।

হত্যা আৰু ধনদাবীকে ধৰি ই অব্যাহত ৰখা হিংসাত্মক কাৰ্য্যকলাপ আৰু ভাৰতৰ ভৌগোলিক অখণ্ডতা দুৰ্বল কৰা আৰু লগতে ভাৰত বিৰোধী শক্তিৰ সৈতে মিতিৰালি কৰা বাবে সংগঠনটোৰ ওপৰত নিষিদ্ধতা জাৰি ৰখা বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ এখন জাননীত কোৱা হৈছে।

জাননীখনত কোৱা হৈছে এইদৰে,- “চৰকাৰৰ ক্ষমতাক সীমিত কৰিছে, মানুহৰ মাজত সন্ত্ৰাস আৰু আতংক বিয়পাইছে যিটোৱে নৰহত্যা আৰু গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি কৰিছে, অসমৰ বড়ো অধ্যুষিত অঞ্চলত অবড়োৰ হত্যা আৰু সম্পত্তি ধ্বংস কৰা হৈছে”।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ জাননীখনৰ উদ্ধৃতিৰে আৰু কোৱা হৈছে- “এই উপৰোক্ত কাৰণবোৰৰ বাবে এন ডি এফ বিৰ কাৰ্য্যকলাপ হ’ল কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ পক্ষে ক্ষতিকৰ আৰু সেয়ে এইটো বেআইনী।”

“যদিহে এন ডি এফ বিৰ বেআইনী কাৰ্য্যকলাপ নিয়ন্ত্ৰণত অনা নহয় তেন্তে সংগঠনটো পুনৰ সংগঠিত হ’ব আৰু নিজকে পুনৰ সশস্ত্ৰ কৰি তুলিব, নতুনকৈ সদস্যভৰ্তি কৰিব, হিংসা, সন্ত্ৰাস আৰু বিচ্ছিন্নতাক উচটনি দিব, পুঁজি সংগ্ৰহ কৰি আৰু নিৰ্দোষী নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ কৰ্মীসকলৰ জীৱন বিপন্ন কৰিব”, জাননীখনত কোৱা হয়।

পাঁচ বছৰলৈকে থাকিব লগীয়া নিষেধাজ্ঞাটো সংগঠনটো আৰু ইয়াৰ অন্তৰ্গত সকলো গোট আৰু ফ্ৰণ্ট অৰ্গেনাইজেশ্যনলৈও সম্প্ৰসাৰিত বুলি কোৱা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ জনানীখনত কোৱা হৈছে যে সংগঠনটোৱে ভাৰতৰ সীমান্ত অঞ্চলবোৰত শিবিৰ আৰু গোপন ঘাটি স্থানপ কৰি বিচ্ছিন্নতাৰ কাৰ্য্যকলাপ চলাই আছে আৰু ভাৰত বিৰোধী শক্তিৰ পৰা সহযোগিতা আদায় কৰি আহিছে।

জাননীখনত সংগঠনটোৱে ২০১৫ বৰ্ষটোত ৬২টা হিংসাত্মক ঘটনা সংঘটিত কৰা বুলি কোৱা হৈছে। এই ঘটনাবোৰত ১৯জন অসামৰিক লোক, ৫৫জন বিদ্ৰোহী নিহত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd