• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

টিকটক নিষিদ্ধকৰণৰ ফলত বহু হাজাৰ কোটি টকাৰ লোকচান কোম্পানিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 2, 2020 7:37 am

1 min read

টিকটক নিষিদ্ধকৰণৰ ফলত বহু হাজাৰ কোটি টকাৰ লোকচান কোম্পানিৰ
10.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা কেন্দ্ৰিক সংঘাতৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে লোৱা ৫৯ টা চীনা মোবাইল এপ নিষিদ্ধকৰণৰ সিদ্ধান্তই আৰ্থিক লোকচানৰ সন্মুখীন হৈছে চুবুৰীয়া ৰাষ্ট্ৰখনৰ কোম্পানিসমূহ।

ভাৰত চৰকাৰৰ এই সিদ্ধান্তই চীনা মোবাইল এপ চলোৱা কোম্পানি সমূহে বৃহৎ লোকচানৰ সন্মুখীন হ’ব।

চীনৰ চৰকাৰী কাকত গ্লোবেল টাইমছৰ মতে টিকটক নিষিদ্ধকৰণে টিকটকৰ পেৰেণ্ট কোম্পানি বাইট ডান্সে ৬ আৰব ডলাৰ অৰ্থাৎ ৪৫ হাজাৰ কোটি টকাৰ লোকচান হ’ব।

ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ৫৯ টা এপ নিষিদ্ধ কৰা ভাৰত চৰকাৰৰ এই সিদ্ধান্তত বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’ব চীন।

ভাৰত চৰকাৰৰ এই সিদ্ধান্তক সঠিক নহয় বুলি গ্লোবেল টাইমছে উল্লেখ কৰি এই আৰ্থিক যুদ্ধৰ পৰিণাম ভাৰতে ভুগিব লাগিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, ২৯ জুনত ভাৰত চৰকাৰে টিকটককে ধৰি মুঠ ৫৯ টা চাইনীজ মোবাইল এপক ভাৰতত নিষিদ্ধ কৰিছিল।

টিকটকৰ উপৰিও য়ু চি ব্ৰাউজাৰ, উই চাট আদি এপক ভাৰতত নিষিদ্ধ ঘোষণা কৰিছিল ভাৰত চৰকাৰে।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd