DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, March 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাপু দলনিত ব্যতিক্ৰমী পদক্ষেপ: হাতীৰ বাবে ৰুইছে কলপুলি, কৰিছে ধান খেতি

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
July 4, 2021 3:22 pm
d2
193
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হাতী মানুহৰ সংঘাত।

বনাঞ্চলত খাদ্য সংকটত পৰি বনৰীয়া হাতীৰ জাক জনাঞ্চললৈ ওলাই আহি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বহু নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিছে।

এই হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে ওলাই আহিল কলিয়াবৰৰ এদল যুৱক ।

হাতে হাতে কল পুলি লৈ কলিয়াবৰৰ শিলঘাটৰ বাপু দলনিৰ ৰোপণ কৰিলে বনৰীয়া হাতীৰ খাদ্য কল পুলি।

শিলঘাট ৰবৰবাৰী অঞ্চলৰ উদীয়মান যুৱক সকলে হাতত লয় এই পদক্ষেপ ।

শিলঘাটৰ পৰা এক দুৰ্গম অঞ্চলত যুৱক সকলে মেচিন নাওৰ জড়িয়তে কল পুলি সমূহ লৈগৈ ৰোপণ কৰে বাপু দলনি নামৰ ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা বাপু দলনিত।

আনহাতেদি অহা বছৰলৈ হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বাপু দলনিৰ বিস্তৃৰ্ণ এলেকাত ধান খেতি কৰাৰ কথাও উল্লেখ কৰে।

শিলঘাট ৰবৰবাৰীৰ যুৱকসকলে হাতী মানুহৰ সংঘাট ৰোধ কৰাৰ উদ্দেশ্যে হাতত লোৱা এনে পদক্ষেপক এতিয়া শলাগ লৈছে কলিয়াবৰবাসীয়ে ।

Recent News

Jharkhand newborn baby died

আৰক্ষীৰ বুটৰ গচকত প্ৰাণ গ’ল নৱজাতকৰ! তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

Assam CM writes to Maharashtra CM

মহাৰাষ্ট্ৰৰ বিধায়কৰ আপত্তিজনক মন্তব্য: একনাথ সিন্দেলৈ পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

India vs Australia

গৃহভূমিত আত্মসমৰ্পণ ভাৰতৰ: দুৰন্ত প্ৰত্যাৱৰ্তনেৰে শৃংখলা দখল অষ্ট্ৰেলিয়াৰ

Kaziranga

কাজিৰঙাত ‘গজ উৎসৱ’: দুদিনৰ বাবে বন্ধ থাকিব হাতী আৰু জীপ ছাফাৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd