DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিম জং উনৰ মূৰত বেণ্ডেজ; আৰম্ভ নতুন জল্পনা-কল্পনা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2021 9:16 pm
Kim jung un
302
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ স্বাস্থ্যক লৈ পুনৰ নতুন জল্পনা-কল্পনা আৰম্ভ হৈছে।

শেহতীয়াভাৱে মূৰত সৰু বেণ্ডেজ আৰু ক’লা এটি চিন লৈ ৰাজহুৱাভাৱে সন্মুখলৈ আহিছিল কিম। তাৰ পাছতেই বিভিন্ন ধৰণৰ চৰ্চা আৰম্ভ হৈছে।

আমেৰিকাৰ সংবাদ মাধ্যম এন কে নিউজৰ মতে ২৪ৰপৰা ২৭ জুলাইৰ ভিতৰত সামৰিক অনুষ্ঠানত যোগ দিয়াৰ সময়তে কিমৰ মূৰৰ পিছপিনে বেণ্ডেজ দেখা গৈছে।

ইয়াৰ পূৰ্বে ২৯ জুনত দলৰ পলিটব্যুৰোৰ বৈঠকত তথা ১১ জুলাইত সংগীত শিল্পীসকলৰ এক অনুষ্ঠানত কিমৰ মূৰত কোনো বেণ্ডে বা ক্ষতচিহ্ন প্ৰত্যক্ষ কৰা হোৱা নাছিল।

কিন্তু জুলাইৰ শেহৰ পিনেও আন এটা অনুষ্ঠানত কিমৰ মূৰত বেণ্ডেজ দেখা পোৱা নগৈছিল যদিও ক’লা দাগটো আছিল।

অৱশ্যে, দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা বিষয়াসকলৰ মতে কিমৰ স্বাস্থ্যক লৈ তেনেকুৱা কোনো চিন্তাজনক কাৰণ দেখা নাই।

Recent News

Couple commits suicide in Bajali: ঋণৰ বোজা সহিব নোৱাৰি বজালীত দম্পতীৰ আত্মহত্যা

Couple commits suicide in Bajali: ঋণৰ বোজা সহিব নোৱাৰি বজালীত দম্পতীৰ আত্মহত্যা

এইবাৰ ‘অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত বলীউডত নিৰ্মাণ হ’ব ছবি

এইবাৰ ‘অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত বলীউডত নিৰ্মাণ হ’ব ছবি

মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলন: দুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু, কেইবাগৰাকীও সন্ধানহীন

মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলন: দুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু, কেইবাগৰাকীও সন্ধানহীন

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd