• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ বাংলাদেশীৰ তালিকা দিবলৈ ভাৰতক প্ৰত্যাহ্বান বাংলাদেশৰ

নৰেন্দ্ৰ মোদীৰ সন্মুখত ৬বছৰ পুৰণি এটা অংগিকাৰ ৰক্ষাৰ সোণালী সুযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2019 1:39 pm
Abdul-Momen and Modi
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁ ২০১৪ চনৰ নিৰ্বাচনী সভাবোৰত “দেশপ্ৰেমী” নাগৰিকসকলৰ আগত কৰা এটা অংগিকাৰ ৰক্ষাৰ সোণালী সুযোগ পাইছে।

উক্ত নিৰ্বাচনী সভাবোৰত মোদীয়ে তেওঁৰ সমাৱেশবোৰত যথেষ্ট আস্ফালনেৰে কৈছিল যে বিজেপি শাসনলৈ আহিলে ১৬ মে’ৰ (লোকসভা নিৰ্বাচন ২০১৪-ৰ ফল ঘোষণাৰ তাৰিখ) পিছত ভাৰতত থকা প্ৰতিজন অবৈধ বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব।

Apply Now

মোদীয়ে দিয়া এই হুংকাৰৰ প্ৰতি প্ৰায় ৬ বছৰৰ পিছত সঁহাৰি জনাই চুবুৰীয়া দেশখনৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মমেনে যোৱা ১৫ ডিচেম্বৰত (১৬ ডিচেম্বৰ, ২০১৯) কৈছে যে “ভাৰতে অবৈধ বাংলাদেশীৰ তালিকা দিয়ক, আমি ঘূৰাই ল’ম”।

অৱশ্যে মোদীয়ে চুবুৰীয়া দেশৰ মন্ত্ৰীজনে আগ বঢ়োৱা প্ৰত্যাহ্বানটোৰ প্ৰতিক্ৰিয়াত বা তেওঁৰ অংগিকাৰটো ৰক্ষাৰ এই নতুন সুযোগটো সম্বন্ধে এতিয়ালৈকে একো কোৱা নাই।

ভাৰতে ধৰ্মভিত্তিক নাগৰিকত্ব বিধেয়কখন গৃহীত কৰাৰ পিছদিনাই ব্যস্ত সূচীৰ দোহাই দি যোৱা ১২ ডিচেম্বৰত ভাৰত ভ্ৰমণ বাতিল কৰা বিদেশ মন্ত্ৰী আব্দুল মমেনে ১৫ ডিচেম্বৰত সংবাদ মাধ্যমৰ আগত কয়, যে ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক “স্বাভাৱিক আৰু মধুৰ” হৈ আছে।

ভাৰতত এন আৰ চি প্ৰক্ৰিয়াই দেশখনত থকা অবৈধ বাংলাদেশী নাগৰিকসকলক বিতাড়িত কৰিব নেকি বুলি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনৰ এই মন্তব্য।

তেওঁ এন আৰ চি প্ৰক্ৰিয়া ভাৰতৰ “অভ্যন্তৰীণ বিষয়” বুলি দোহাৰে আৰু ইয়াৰ পৰা তেনেকুৱা পৰণতি অস্বীকাৰ কৰে।

প্ৰসংগটোত তেওঁ আৰু কয়, বাংলাদেশে নতুন দিল্লীক দেশখনত “যদি আছে” অবৈধভাৱে বাস কৰা বাংলাদেশী নাগৰিকৰ তালিকা দিবলৈ অনুৰোধ কৰিছে।

“আমি তেওঁলোকক (বাংলাদেশী নাগৰিকসকলক) ঘূৰি আহিবলৈ অনুমতি দিম, কাৰণ তেওঁলোকৰ নিজৰ দেশত প্ৰৱেশ কৰাৰ অধিকাৰ আছে”, ভাৰতত থকা অবৈধ বাংলাদেশী সন্দৰ্ভত মমেনৰ মন্তব্য।

লগতে তেওঁ কয়, “কিন্তু যদি আমাৰ নাগৰিকৰ বাদে আন নাগৰিক আমাৰ ভূমিত প্ৰৱেশ কৰে, আমি তেওঁলোকক ঘূৰাই পঠাম”।

অৰ্থনৈতিক কাৰণত সীমান্ত পাৰ হৈ ভাৰতীয় নাগৰিকো অবৈধভাৱে বাংলাদেশত প্ৰৱেশ কৰি আছে বুলি দাবী কৰে বিদেশ মন্ত্ৰীজনে।

মমেনৰ মন্তব্য গুৰুত্বসহ ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে আৰু ছ’চিয়েল মিডিয়াত মোদীক কটাক্ষ কৰি কোৱা হৈছে যে প্ৰধান মন্ত্ৰীজনৰ “অসামৰ্থ্য”ক মিছা প্ৰমাণ কৰাৰ বাবে এইটো এটা সোণালী সুযোগ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd