• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেগম খালেদা জিয়াই নিৰ্বাচন খেলিব পাৰিবনে নাই সেয়া আজি নিৰ্ণয় কৰিব আদালতে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2018 1:34 pm
Khaleda_Zakir_DT

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়া। ফটো :ঢাকা ট্ৰিবিউনৰ সৌজন্যত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ জাতীয় দলৰ (বিএনপি) অধ্যক্ষা বেগম খালেদা জিয়াই অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে নাই সেইটো বাংলাদেশৰ উচ্চ ন্যায়ালয়ে আজি নিৰ্ণয় কৰিব। উল্লেখ্য যে জিয়া বৰ্তমান দুৰ্নীতিৰ গোচৰত কাৰাবাস খাটি আছে।

বিএনপিৰ নেত্ৰীগৰাকীয়ে তিনিটা সংসদীয় সমষ্টিৰ পৰা দাখিল কৰা মনোনয়ন খাৰিজ কৰাৰ পাছত নিৰ্বাচন আয়োগক প্ৰত্যাহ্বান জনাই আদালতত দাখিল কৰা আৱেদনৰ শুনানি সোমবাৰে আদালতে গ্ৰহণ কৰে।

Apply Now

ন্যায়াধীশ চৈয়দ ৰেফাট আহমেদ আৰু ন্যায়াধীশ মহম্মদ ইকবাল কবীৰে এই বিষয়ত সিদ্ধান্ত ঘোষণা কৰিব।

বিএনপিয়ে বেগম খালেদাক ফেনা-১, বহুৰা-৬ আৰু বগুৰা-৭ এই তিনিটা সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল। দলৰ নেতাসকলে তেওঁৰ হৈ প্ৰয়োজনীয় আৱেদন দাখিল কৰিছিল।

যোৱা ২ ডিচেম্বৰত নিৰ্বাচনী বিষয়াগৰাকীয়ে তেওঁ কাৰাবাস খাটি থকাৰ কথা উল্লেখ কৰি মনোনয়ন খাৰিজ কৰিছিল। খালেদাই এই সিদ্ধান্তৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত আৱেদন কৰিছিল যদিও তেওঁৰ আৱেদন প্ৰত্যাখ্যান কৰে।

ইয়াৰ পাছতে বিএনপিৰ অধ্যক্ষাগৰাকীয়ে বিষয়টো উচ্চ ন্যায়ালয়লৈ লৈ যায়। শুনানিত খালেদাৰ পক্ষৰ হৈ যুক্তি দাঙি ধৰে প্ৰাক্তন এটৰ্ণি জেনেৰেল এ জে মহম্মদ আলীয়ে। আনহাতে, চৰকাৰক প্ৰতিনিধি কৰে ইয়াৰ এটৰ্ণি জেনেৰেল মহবুবে আলমে।

খালেদাৰ আইনী পৰামৰ্শদাতা গোটৰ এগৰাকী সদস্য কেইছৰ কামালে সংবাদ মাধ্যমৰ আগত কয়, ‘’ আমি আশা কৰিছো বেগম খালেদা জিয়াই ন্যায় পাব আৰু জনসাধাৰণৰ ইচ্ছা অনুসৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হ’ব।‘’

সোমবাৰে শুনানিৰ সময়ত য়ুৰোপীয়ান য়ুনিয়নৰ ‘নিৰ্বাচন বিশেষজ্ঞ অভিযান’ৰ আইনবিদ ইৰিনি-মাৰিয়া গৌনাৰিও উপস্থিত আছিল। আদালতৰ শেষৰ শাৰীত তেওঁ থিয় হৈ আছিল। ন্যায়াধীশ চৈয়দ ৰেফাট আহমেদে তেওঁলৈ লক্ষ্য কৰিছিল আৰু তেওঁক শেষৰ পিনে বহাৰ ব্যৱস্থা কৰি দিছিল। তেওঁৰ আদালতৰ কাৰ্য বিৱৰণী লিখি যোৱা দেখা গৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am
জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am
জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd