DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাস্পাতলত কিটৰ অভাৱত বাধাগ্ৰস্ত কোভিড-১৯টেষ্ট; সংকটত বাংলাদেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2020 10:35 am
1586435761_ppe new

প্ৰতিনিধিত্বমূলক ফটো

18.1k
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া দেশ বাংলাদেশত কৰ’না সংক্ৰমণৰ পৰিস্থিতি অত্যন্ত জটিল হৈ পৰিছে। দেশখনত মুঠ আক্ৰান্তৰ সংখ্যা প্ৰায় ৬৭ হাজাৰ স্পৰ্শ কৰিছে।

দিনে দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা আৰু তাৰ লগে লগে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও।

ইয়াৰ মাজতে দেশখনৰ হাস্পাতলত উদ্ভৱ হৈছে কিটৰ সংকট যাৰ ফলত কোবিড-১৯ৰ পৰীক্ষা বাধাগ্ৰস্ত হৈ পৰিছে।

বাতৰি অনুসৰি কিটৰ অভাৱত কুমিল্লা মেডিকেল কলেজত কিটৰ অভাৱত বন্ধ হৈ পৰিছে কোভিড টেষ্ট।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, কুমিল্লাত প্ৰতিদিনে কমেও ৩৯০টা নমুনা সংগ্ৰহ কৰা হয়।

ইয়াৰ বিপৰীতে কুমিল্লা মেডিকেল কলেজত মাত্ৰ ১৮০টা নমুনাহে পৰীক্ষা কৰিব পৰা ব্যৱস্থা আছে। বাকী নমুনা খিনি ঢাকাৰ আইচিডিডিআৰবিলৈকে প্ৰেৰণ কৰা হয়।

বাতৰি অনুসৰি, শনিবাৰৰ পৰা কুমিল্লা মেডিকেল কলেজত টেষ্ট কিটৰ সংকট আৰম্ভ হয় আৰু দেওবাৰে পৰীক্ষা সম্পূৰ্ণ বন্ধ থাকে।

এতিয়া নতুন কৰি নমুনা সংগ্ৰহ কৰা বন্ধ কৰা হৈছে আৰু কিট অহালৈকে অপেক্ষা কৰা হৈছে।

বাতৰি অনুসৰি, নমুনা পৰীক্ষা কৰাৰ বাবে কুমিল্লাৰ স্বাস্থ্য প্ৰশাসন বিমোৰত পৰিছে। আনহাতে, কুমিল্লাৰ বাহিৰত থকা ঢাকা তথা চট্টগ্ৰামৰ বহুতো লেবেই নতুনকৈ নমুনা গ্ৰহণ কৰিবলৈ অমান্তি হৈছে।

দেশখনত এতিয়ালৈকে কৰ’নাত আক্ৰান্ত হৈ মুঠ ৮৮৮জন লোকৰ মৃত্যু ঘটিছে।

কৰ’না আক্ৰান্ত লোকৰ সংখ্যা ক্ষিপ্ৰভাৱে বৃদ্ধি পাবলৈ লোৱাৰ সময়তে টেষ্ট কিটৰ অভাৱে বাংলাদেশত সংকট আৰু গভীৰ কৰি তুলিছে।

Recent News

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd