• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঢাকাৰ হোলি আৰ্টিছেন কেফেত আক্ৰমণৰ ঘটনাত ৭জন ইছলামিক সন্ত্ৰাসবাদীক মৃত্যুদণ্ড

আদালত ত্যাগ কৰাৰ সময়ত “আল্লাহু আকবৰ” ধ্বনি মৃত্যুদণ্ডেৰে দণ্ডিত ইছলামিক সন্ত্ৰাসবাদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2019 7:14 pm
gulshan-attack-suspect

মৃত্যুদণ্ডেৰে দণ্ডিত ইছলামিক সন্ত্ৰাসবাদীকেইজন। ফটোৰ উৎস : বিডি নিউজ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনি বছৰ পূৰ্বে ঢাকাৰ হোলি আৰ্টিছেন কেফেত আক্ৰমণ কৰি ২২জনকৈ লোকক হত্যা কৰা ঘটনাটোৰ সৈতে জড়িত ৭জন অভিযুক্তক আজি বাংলাদেশৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে মৃত্যুদণ্ডেৰে দণ্ডিত কৰে।

মৃত্যুদণ্ড পোৱা সন্ত্ৰাসবাদীকেইজন হ’ল ৰকিবুল ইছলাম ৰিগান ওৰফে ৰফিউল ইছলাম, ৰাজীৱ গান্ধী ওৰফে জাহাংগীৰ আলম, মহম্মদ আচলাম হোছেন ওৰফে ৰছিদুল হোছেন ওৰফে ৰাচ, আবদুচ চবুৰ খান ওৰফে ছোহেল মাহফুজ, মহম্মদ হাছিদুৰ ৰহমান সাগৰ ওৰফে সাগৰ, মামুনুৰ ৰচিদ ৰিপন আৰু ছৰিফুৰ ইছলাম খালেদ।

Apply Now

আন এজন অভিযুক্ত মিজানুৰ ৰহমান ওৰফে বড় মিজানক আদালতে প্ৰমাণৰ অভাৱত খালাচ দিয়ে।

২০১৬ চনৰ ১ জুলাইৰ সন্ধিয়া হোৱা এই আক্ৰমণটোৰ বিশ্বত্ৰাস ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে দায়িত্ব স্বীকাৰ কৰিছিল। অৱশ্যে বাংলাদেশ চৰকাৰে ইয়াক স্থানীয় সন্ত্ৰাসবাদীৰ কাম বুলিহে দাবী কৰিব খোজে।

এইটো আছিল বাংলাদেশত হোৱা অন্যতম বৃহত্তম ইছলামিক সন্ত্ৰাসৰ ঘটনা। ৫জন বন্দুকধাৰীয়ে কেফেত প্ৰৱেশ কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল তাত খোৱা-বোৱা কৰি থকা ২০জন লোক আৰু দুজন আৰক্ষী বিষয়া নিহত হৈছিল। বিদেশী লোককেইজনৰ ভিতৰত ইটালিয়ান ৯জন, জাপানী ৭জন, এজনকৈ আমেৰিকা আৰু ভাৰতৰ নাগৰিক আছিল। দুজন ৰন্ধনকৰ্মীও আছিল। আৰক্ষী বিষয়াকেইজন গ্ৰেনেড আক্ৰমণত নিহয় হয়।

আনহাতে আৰক্ষীৰ গুলীত আটাইকেইজন আক্ৰমণকাৰীৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। ঘটনাটোৰ পিছত বাংলাদেশে চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লয়।

বাংলাদেশৰ চৰকাৰে এই কুখ্যাত আক্ৰমণটোৰ পৰিকল্পনা কৰা আৰু ইয়াৰ বাবে অস্ত্ৰৰ যোগান ধৰাৰ অভিযোগত উপৰুক্ত ৮জন লোকৰ বিৰুদ্ধে গোচৰ চলোৱা আৰম্ভ কৰে আৰু আজি গোচৰটোৰ ৰায় দিয়া হয়।

মৃত্যুদণ্ডেৰে দণ্ডিত অপৰাধীকেইজনৰ অধিবক্তাই জনোৱা মতে, তেওঁলোকে এই ৰায়ৰ পুনৰ বিচাৰ আবেদন কৰিব।

আনহাতে বাংলাদেশৰ বহুল প্ৰচলিত ৱেব সংবাদ পৰ্টেল বিডি নিউজত প্ৰকাশ পোৱা মতে, ৰায় ঘোষণাৰ সময়ত উপস্থিত থকা অপৰাধীকেইজনৰ মুখমণ্ডলত কোনো অনুশোচনাৰ চাপ দেখা নগ’ল। বৰং আদালতৰ মজিয়া ত্যাগ কৰাৰ সময়ত তেওঁলোকে “আল্লাহু আকবৰ” ধ্বনি দিয়া বুলি প্ৰকাশ। তেওঁলোকে কয়, “আমি কোনো ভুল কৰা নাছিলো”। অপৰাধীকেইজনৰ দুজনে আইছিছৰ প্ৰতীক থকা টুপী পিন্ধি থকা বুলিও একাংশ সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd