• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব আইন; অসমত কূটনীতিকৰ কনভয়ত আক্ৰমণৰ প্ৰতিবাদ বাংলাদেশৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2019 11:11 am
WhatsApp-Image-2019-12-11-at-1.43.56-PM-1140x570

গুৱাহাটীত নাগৰিকত্ব আইনৰ বিৰুদ্ধে বুধবাৰে হোৱা উত্তাল প্ৰতিবাদ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে গুৱাহাটীত নাগৰিকত্ব আইনৰ বিৰুদ্ধে চলি থকা প্ৰবল প্ৰতিবাদৰ মাজতে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কনভয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল।

তদুপৰি, বাংলাদেশৰ সহকাৰী উচ্চায়োগৰ দুখন চিহ্নফলক ভাঙি পেলোৱা হৈছিল।

Apply Now

এই ঘটনাৰ প্ৰতিবাদ স্বৰূপে বাংলাদেশৰ বৈদেশিক সচিব কামৰুল এহছানে বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত ৰিভা গাংগুলী দাসক বৃহস্পতিবাৰে সন্ধিয়া দেশখনৰ বিদেশ মন্ত্ৰালয়লৈ মাতি পঠিয়ায় আৰু উচ্চায়ুক্তৰ কাৰ্যালয়ত অতিৰিক্ত সুৰক্ষা আগবঢ়োৱাৰ বাবে আহ্বান জনায়।

সূত্ৰ অনুসৰি, গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনভীৰ মনছুৰক এছক’ৰ্ট দিয়া সুৰক্ষা বাহনত বুধবাৰে প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰিছিল।

একাংশ প্ৰতিবাদকাৰীয়ে লগতে বাংলাদেশৰ সহকাৰী উচ্চায়োগৰ চৌহদৰ দুখত চিহ্নফলকো ভাঙি পেলায়।

‘’মনছুৰে বুধবাৰে দিল্লীৰ এক আলোচনাৰ পৰা উভতি আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিমানবন্দৰত আৱদ্ধ হৈ পৰে। সুৰক্ষা বিষয়াসকলে তেওঁক বিমানবন্দৰৰ পৰা উলিয়াই আনে। নিজৰ আয়োগলৈ গৈ থকা অৱস্থাত একাংশ প্ৰতিবাদকাৰীয়ে এখন এছক’ৰ্টৰ বাহনত আক্ৰমণ কৰে। মনছুৰৰ কোনো ক্ষতি নোহোৱাৰ লগতে তেওঁৰ বাহনতো অৱশ্যে আক্ৰমণ কৰা হোৱা নাছিল,’’- সূত্ৰই জানিবলৈ দিয়ে।

জানিব পৰা মতে বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্তই ঢাকাৰ কৰ্তৃপক্ষক আশ্বাস দিছে যে নতুন দিল্লীয়ে তাৎক্ষণিকভাৱে গুৱাহাটীত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয় আৰু বাসভৱনত সুৰক্ষা বৃদ্ধি কৰিবলৈ সতৰ্ক কৰি দিছে।

অৱশ্যে বাংলাদেশ চৰকাৰে উক্ত বিক্ষিপ্ত ঘটনাই দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ নেপেলায় বুলি ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে শ্বেখ হাছিনা চৰকাৰৰ দুগৰাকী শীৰ্ষ মন্ত্ৰী ক্ৰমে বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেন আৰু গৃহ মন্ত্ৰী আছাদুজ্জামান খানে তেওঁলোকৰ ভাৰত ভ্ৰমণ স্থগিত কৰিছে।

তেওঁলোকে কয় যে মতুন নাগৰিকত্ব আইনে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ চৰিত্ৰক দুৰ্বল কৰিব। তেওঁলোকে দেশখনত সংখ্যালঘুসকলে ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগো প্ৰত্যাখ্যান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am
সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd