• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

অষ্ট্ৰেলিয়া দলৰ ঘৰুৱা খেলপথাৰত থিয় হৈয়ে ইতিহাস ৰচনা কৰিলে বাংলাদেশে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2026 11:41 am
108
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এয়া কোন বাংলাদেশ? কোনে জানিছিল যে এসময়ত বিপক্ষ দলৰ সন্মুখত মূৰ তুলি থিয় দিব নোৱাৰা টাইগাৰ বাহিনীয়ে ঘৰৰ মাটিত গৈ অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব? অৱশ্যে প্ৰথম টেষ্ট আৰম্ভ হোৱাৰ পৰাই বুজা হৈছিল যে অৱশেষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাংলাদেশৰ দলটোৱে নিজৰ আধিপত্য প্ৰদৰ্শন কৰিব।

অৱশেষত সেইটোৱেই হ’ল। প্ৰথম টেষ্টৰ চতুৰ্থ দিনাই বাংলাদেশী দলটোৱে অষ্ট্ৰেলিয়াই নিৰ্ধাৰণ কৰা লক্ষ্য অতিক্ৰম কৰে। আৰু ইয়াৰ লগে লগে অষ্ট্ৰেলিয়া দলৰ ঘৰুৱা খেলপথাৰত থিয় হৈয়ে ইতিহাস ৰচনা কৰিলে বাংলাদেশে।

Apply Now

১৩ আগষ্টৰ পৰা আৰম্ভ হৈছিল বাংলাদেশ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন টেষ্ট। টছত জয়ী হৈ অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অষ্ট্ৰেলিয়ান দলটোৱে খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে বাংলাদেশো বেলেগ ৰূপত ধৰা দিলে। সিদিনা অষ্ট্ৰেলিয়াৰ বেটছমেনসকল হাছান মাহমুদৰ সন্মুখত সম্পূৰ্ণৰূপে অসহায় হৈ পৰিছিল। তেনেকৈয়ে ১৯৮ ৰানতে স্তব্ধ হৈ পৰে অষ্ট্ৰেলিয়া বাহিনী।

বাংলাদেশে প্ৰথম ইনিংছত বেটিং কৰিবলৈ নামি মুঠ ৪২৬ ৰান সংগ্ৰহ কৰে। তেওঁলোকে ডাঙৰ অগ্ৰগতি লৈছিল। তাৰ পাছত যেতিয়া অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ নামি ২৮৪ ৰান সংগ্ৰহ কৰিয়ে অল আউট হৈছিল, তেতিয়া বাংলাদেশৰ সন্মুখত লক্ষ্য সহজ হৈ পৰিল।

বাংলাদেশে প্ৰথমখন টেষ্টত জয়ী হ’বলৈ মাত্ৰ ৫৭ ৰানহে কৰিব লগা হৈছিল। প্ৰথম টেষ্টৰ চতুৰ্থ দিনত বাংলাদেশৰ ইনিংছ আৰম্ভ হোৱাৰ লগে লগে বহুতে বুজি পাইছিল যে বাংলাদেশী ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়াৰ মাটিত থিয় হৈ সহজেই এই লক্ষ্য অতিক্ৰম কৰিব। শেষত সেইটোৱেই হ’ল।

খেলপথাৰত দৃঢ়তা ধৰি ৰাখি দলৰ বাবে প্ৰয়োজনীয় কামখিনি সম্পূৰ্ণ কৰিলে ছাদমান ইছলাম যুটীয়ে। সেইদৰে বাংলাদেশে অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথমবাৰৰ বাবে ৯ উইকেটত জয়লাভ কৰি টেষ্টত ইতিহাস ৰচনা কৰিলে।

উল্লেখ্য যে বাংলাদেশ বনাম অষ্ট্ৰেলিয়া টেষ্ট শৃংখলা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰৰ অংশ। ইতিমধ্যে WTC পইণ্ট তালিকাত বাংলাদেশ ক্ৰিকেট দলৰ অৱস্থান ভাল। সেয়ে এই ছিৰিজটো জয়ী হ’লে বাংলাদেশী দলটোৱে পইণ্ট তালিকাত এক বৃহৎ উত্তৰণ ঘটাব। যিটো আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এক ডাঙৰ দৃষ্টান্ত হৈ থাকিব। অৱশ্যে দ্বিতীয়খন টেষ্টত অষ্ট্ৰেলিয়াই নিজৰ সৰ্বোচ্চ উজাৰি দিবলৈ চেষ্টা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd