DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত সীমান্তত মোবাইল নেটৱৰ্ক বন্ধ কৰিলে বাংলাদেশে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2020 1:06 pm
788-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

387
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশ টেলিকমিউনিকেচন ৰেগুলেটৰী কমিশ্যন (বি টি আৰ চি)য়ে ভাৰত-বাংলাদেশ সীমান্তৰ দাঁতিকাষৰীয়া সকলো অঞ্চলৰ মোবাইল নেটৱৰ্ক বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

কিছু সুৰক্ষাজনিত কাৰণৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হোৱা বুলি বি টি আৰ চিয়ে জনাইছে।

এই নিৰ্দেশৰ ভিত্তিতে ভাৰতৰ সীমাৰপৰা এক কিলোমিটাৰ দূৰত্বৰ ভিতৰৰ পৰা দেশখনৰ এলেকাৰ মোবাইল নেটৱৰ্ক সোমবাৰৰ পৰা বন্ধ কৰি দিয়া হৈছে।

২৯ ডিচেম্বৰত বি টি আৰ চিয়ে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত জ্যেষ্ঠ বিষয়া এজনে নৰ্থ-ইষ্ট নাওৰ আগত কয় যে দেশৰ প্ৰধান সুৰক্ষা এজেন্সি নেশ্যনেল চিকিউৰটি ইণ্টেলিজেন্স (এন এছ আই)ৰ বিস্তাৰিত প্ৰতিবেদনৰ ভিত্তিতে ‘ব’ৰ্ডাৰ নেটৱৰ্ক’ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল।

এন এছ আইৰ প্ৰতিবেদন অনুসৰি নাগৰিকত্ব সংশোধনী আইনৰ বাবে বহু ভাৰতীয় মুছলমানে নাগৰিকত্ব কৰ্তন হোৱাৰ আশংকাত বাংলাদেশত প্ৰৱেশ কৰিছে।

ইতিমধ্যে ভাৰতৰ পূব আৰু উত্তৰ-পূব প্ৰান্তৰ পৰা বহু মুছলমান লোকে বাংলাদেশত প্ৰৱেশ কৰা বুলি সুৰক্ষা সংস্থাটোৰ প্ৰতিবেদনে দাবী কৰিছে।

জানিব পৰা মতে সীমা এলেকাত প্ৰায় ২০০ মোবাইল নেটৱ’ৰ্কৰ টাৱাৰ আছে। ইয়াৰ উপভোক্তাৰ সংখ্য প্ৰায় ১ কোটি।

দেশৰ সুৰক্ষা আৰু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি টেলিকম কোম্পানী সমূহলৈ বি টি আৰ চিয়ে এই জাননী জাৰি কৰিছে।

উল্লেখ্য যে টেলিকম কোম্পানী সমূহে পৰৱৰ্তী নিৰ্দেশনা নোপোৱালৈকে ব’ৰ্ডাৰ এলেকাত মোবাইল নেটৱৰ্কৰ সেৱা বন্ধ থাকিব।

Recent News

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd