• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশত কেতিয়া অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নিৰ্বাচন? নিৰ্বাচন আয়োগে ঘোষণা কৰিলে তাৰিখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2025 6:53 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত দেশখনৰ নিৰ্বাচন আয়োগে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। অহা ১২ ফেব্ৰুৱাৰীত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সেইদিনা জুলাইৰ ৰাষ্ট্ৰীয় চনদ ৰূপায়ণৰ ক্ষেত্ৰতো গণভোট অনুষ্ঠিত হ’ব। সেইদিনা পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ ভোটদান চলিব।

বৃহস্পতিবাৰে (১১ ডিচেম্বৰ) সন্ধিয়া ৬ বজাত দেশবাসীক দিয়া ভাষণত মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে ভোটদানৰ তাৰিখ ঘোষণা কৰে। তেওঁৰ ভাষণ বাংলাদেশ টেলিভিছন আৰু বাংলাদেশ অনাতাঁৰত সম্প্ৰচাৰিত হয়।

Apply Now

এই নির্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১২ কোটি ৭৬ লাখতকৈ অধিক বুলি আয়োগে প্রকাশ কৰে৷ বিদেশত থকা বাংলাদেশী ভোটাৰসকলেও ডাক বেলটৰ জৰিয়তে ভোটদানৰ সুযোগ লাভ কৰিছে। এই পৰ্যন্ত তিনি লাখৰো অধিক প্ৰবাসী ভোটাৰে ভোটদানৰ বাবে পঞ্জীয়ন কৰিছে।

আয়োগে কয় যে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৯ ডিচেম্বৰ।৩০ ডিচেম্বৰৰ পৰা ৪ জানুৱাৰীলৈ মনোনয়নৰ পৰীক্ষা হ’ব। ৰিটাৰ্নিং বিষয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে ১১ জানুৱাৰীলৈকে আপীল দাখিল কৰিব পাৰিব। ১২ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীৰ ভিতৰত আপীল নিষ্পত্তি হ’ব। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ ২০ জানুৱাৰী। প্ৰতীক আবণ্টন হ’ব ২১ জানুৱাৰীত। ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নিৰ্বাচনী প্ৰচাৰ। ১০ ফেব্ৰুৱাৰীৰ পুৱা ৭:৩০ বজালৈকে প্ৰচাৰ চলাব।

বিগত বছৰৰ ৫ আগষ্টত বাংলাদেশত ছাত্ৰ-জনসাধাৰণৰ বিদ্ৰোহৰ সন্মুখীন হৈ শ্বেখ হাছিনাৰ আৱামি লীগ চৰকাৰ উৎখাত হয়। ৮ আগষ্টত অধ্যাপক মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰে শপত গ্ৰহণ কৰে। অন্তৱৰ্তীকালীন চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ ১৬ মাহৰ পাছত ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দিন নিৰ্ধাৰণ কৰিছে নিৰ্বাচন আয়োগে।

প্ৰথম অৱস্থাত বিএনপিকে ধৰি একাংশ দলে যোৱা বছৰৰ ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছিল। ৬ জুনত দেশবাসীক দিয়া ভাষণত মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছে কয় যে ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথমাৰ্ধত নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ পিছত ১৩ জুনত বিএনপিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে লণ্ডনত মুখ্য উপদেষ্টাগৰাকীক সাক্ষাৎ কৰে। সেই বৈঠকত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথমাৰ্ধত ৰাষ্ট্ৰীয় নিৰ্বাচনক লৈ দুয়োৰে মাজত একমত হৈছিল।

তেতিয়াৰ পৰা চৰকাৰে বাৰে বাৰে কৈ আহিছে যে ফেব্ৰুৱাৰী মাহৰ প্ৰথমাৰ্ধত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই উদ্দেশ্যে নিৰ্বাচন আয়োগেও প্ৰস্তুতি আগবঢ়াই লৈ যায়। ইফালে, ১৩ নৱেম্বৰত মুখ্য উপদেষ্টাগৰাকীয়ে ঘোষণা কৰে যে ফেব্ৰুৱাৰী মাহৰ প্ৰথমাৰ্ধত একেদিনাই জুলাইৰ ৰাষ্ট্ৰীয় চনদ ৰূপায়ণ আৰু ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ গণভোট অনুষ্ঠিত হ’ব। বৃহস্পতিবাৰে মুখ্য নিৰ্বাচনী আয়ুক্তই দেশবাসীক দিয়া ভাষণত এই দুয়োটা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

June 25, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd