• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা আধাৰ কাৰ্ড, ভাৰতীয় ভোটাৰ কাৰ্ডৰ সৈতে গ্ৰেপ্তাৰ বাংলাদেশী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2019 11:01 am
2-28-750x375

প্ৰতিনিধিত্বমূলক ফটো

1k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইন তথা প্ৰস্তাৱিত ৰাষ্ট্ৰজোৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে শনিবাৰে গৱৰ্ণমেন্ট ৰেইলৱে পুলিচে (জি আৰ পি) ভুৱা আধাৰ কাৰ্ড আৰু ভাৰতীয় ভোটাৰ কাৰ্ডৰ সৈতে এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, বাংলাদেশৰ চিলেট জিলাৰ তেজপুৰৰ বাসিন্দা মহম্মদ বেলাল নামৰ লোকজনক টিকটবিহীনভাৱে যাত্ৰা কৰাৰ সময়ত অমৃতসৰ-কলকাতা-দুৰ্গিয়ানা এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

বাংলাদেশী নাগৰিকজন ধানবাদ ৰেইলৱে ষ্টেশ্যনত টিকট পৰীক্ষা কৰাৰ সময়ত ধৰা পৰে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি, বেলালৰ পৰা তিনিখন বাংলাদেশী পাছপ’ৰ্ট, দেশখনৰ মুদ্ৰাৰ লগতে আমেৰিকান ডলাৰ জব্দ কৰা হয়।

ৰেইলৱে আৰক্ষীয়ে জানিবলৈ দিয়া মতে বেলালে প্ৰথমতে নিজকে পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ পৰা অহা বুলি দাবী কৰিছিল যদিও টিকট পৰীক্ষক গৰাকীয়ে তেওঁৰ লগত বাংলাদেশৰ পাছপ’ৰ্ট দেখি কথাটো আৰ পি এফক জনায়। আৰপিএফে বাংলাদেশী বেলালক জিম্মালৈ নিয়ে।

বেলালে লক্ষ্ণৌত ৰেইলত উঠিছিল আৰু কলকাতালৈ ৰাওনা হৈছিল। ইয়াৰ পৰাই তেওঁ বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে বেলালৰ জ্যেষ্ঠ ভাতৃ কামালুদ্দিন লক্ষ্ণৌ কাৰাগাৰত বন্দী হৈ আছে। বেলালে জেৰাত জানিবলৈ দিয়ে যে তেওঁ পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাত ভুৱা আধাৰ কাৰ্ড তথা ভাৰতীয় ভোটাৰ কাৰ্ড প্ৰস্তুত কৰি লৈছিল।

বাংলাদেশী নাগৰিকজনক বিশেষ ৰেইলৱে ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাৰ পাছত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd