• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ পৰা গৰু চুৰ কৰিবলৈ আহি জনতাৰ প্ৰহাৰত মৃত্যু বাংলাদেশীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 26, 2019 7:51 pm

1 min read

Bangladeshi Killed
4.3k
VIEWS
Share on FacebookShare on Twitter

সীমান্ত পাৰ হৈ ভাৰতৰ পৰা গৰু চুৰ কৰিবলৈ অহা এজন বাংলাদেশী লোকৰ জনতাৰ প্ৰহাৰত মৃত্যু হৈছে।

ঘটনাটো আজি পুৱতি নিশাৰ আৰু ঘটনাস্থল ভাৰতৰ পশ্চিম বংগৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ চৌদাংগা জিলাৰ দামুৰহুদা উপজিলা।

দামুৰহুদা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুকুমাৰ বিশ্বাসৰ উদ্ধৃতিৰ সৈতে বাংলাদেশৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এটা সংবাদ প্ৰতিষ্ঠানে কয় যে ২৫ বছৰীয়া গনি মিয়াই গৰু চুৰ কৰাৰ উদ্দেশ্য লৈ সীমান্ত পাৰ হওঁতেই তেওঁক ভাৰতৰ সীমাত থকা স্থানীয় লোকে হাতে-লোটে ধৰে।

পূৰ্বেও এইদৰে গৰু চুৰ কৰা গনি মিঞাক উন্মত্ত জনতাই নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু মুমূৰ্ষু অৱস্থাত সীমান্তত পেলাই থোৱা হয়।

পিছত তেওঁক বাংলাদেশৰ পাৰৰ মানুহে উদ্ধাৰ কৰি চৌদাংগা সদৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

“গনিৰ বিৰুদ্ধে ভাৰতৰৰ পৰা গৰুৰ চোৰাং কাৰবাৰ কৰাৰ এটা গোচৰ পূৰ্বেও ৰুজু হৈ আছে”, চৌদাংগা-৬ ব’ৰ্ডাৰ গাৰ্ড বেটেলিয়নৰ ডিৰেক্টৰ মহম্মদ খালেক উজ্জামানে কয়।

ঘটনাত জড়িতসকলৰ সন্ধান উলিয়াবলৈ চেষ্টা চলি থকা বুলি তেওঁ জনায়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd