• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Video|| কৰিমগঞ্জত দলে বলে দেশলৈ মুছ্লমান বাংলাদেশী

ৰাহুল চক্ৰবৰ্তী by ৰাহুল চক্ৰবৰ্তী
January 19, 2019 7:07 pm
Bangladeshi national deported through Karimganj border in Assam

কৰিমগঞ্জ সীমান্তৰে বিতাড়ন কৰা মুছলমান বাংলাদেশীৰ দল। ছবি- নৰ্থ ইষ্ট নাও।

436
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদী চৰকাৰে বিদেশীক ধৰ্মৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব দিব খোজাৰ সময়তে কৰিমগঞ্জত দল বান্ধি বিতাড়ন কৰা হৈছে মুছলমান বাংলাদেশীক।

জিলাখনৰ সুতাৰকান্দি সীমান্তইদি শনিবাৰে বাংলাদেশলৈ বিতাড়ন কৰা হৈছে ২১গৰাকী লোকক।

বাংলাদেশৰ ব’ৰ্ডাৰ গাৰ্ডৰ হাতত গতাই দিয়া দলটোত আছে ১৯জন  পুৰুষ আৰু দুগৰাকী মহিলা।

বৰাকৰ কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ বিভিন্ন ঠাইত গ্ৰেপ্তাৰ কৰা বিতাড়িত বাংলাদেশীকেইজন অসমৰ সীমান্তৰ পৰিৱৰ্তে প্ৰৱেশ কৰিছিল চুবুৰীয়া মেঘালয়ৰ ডোনা, ডাউকি আৰু ত্ৰিপুৰা সীমান্ত হৈ।

বিতাড়িত লোককেইজনক গ্ৰহণ কৰাৰ বাবে সীমাৰ সিপাৰে তেওঁলোকৰ পৰিয়ালৰ লোকসকলো উপস্থিত আছিল।

শিলচৰৰ ডিটেনচন কেম্পত দুবছৰৰ পৰা চাৰি বছৰৰ শাস্তিৰ ম্যাদ ওকলাৰ পাছত নিয়ম অনুসৰি তেওঁলোকক বাংলাদেশক গতোৱা হৈছে।

বিতাড়িত লোককেইজন— নাছিৰ হুছেইন, খাইৰুল, জাহিদা বেগম, ছুফিয়া বেগম, মিহিৰ পেবেল মিঞা, চফিক ইছলাম, চাভিল ইছলাম, ৰমজান আলী, বাবলু আহমেদ, চুমন ফকীৰ, মৌচম আহমেদ, নাজিম উদ্দিন, আশ্ৰাফুল আলম চৌধুৰী, লিতন আলী, মঃ তফিক আলী, মঃ ৰাজু আহমেদ, দিলৱাৰ হুছেইন, চুকুৰ, চমিম আহমেদ আৰু ৰুবেল আহমেদ।

অসম চুক্তিৰ আধাৰত চিনাক্ত বিদেশীক ৰাজ্য চৰকাৰে নিজাববীয়াকৈ বিতাড়ন কৰিব পাৰে। কিন্তু নাগৰিকত্ব বিধেয়ক গৃ্হীত হ’লে সেই ক্ষেত্ৰত কিছু সালসলনি হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd