• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

চীনক তিস্তা নদীৰ জল ব্যৱস্থাপনা প্ৰকল্পত বিনিয়োগ কৰিবলৈ আহ্বান বাংলাদেশৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2025 9:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনে আৰম্ভ কৰিছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তুতি। এই প্ৰকল্প সন্দৰ্ভত বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। বিশেষজ্ঞসকলে দাবি কৰিছে যে এই জলবিদ্যুৎ প্ৰকল্পৰ প্ৰভাৱ বাংলাদেশ, ভাৰত আদি দেশসমূহৰ ওপৰত পৰাৰ সম্ভাৱনা আছে।

ইয়াৰ মাজতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে বাংলাদেশৰ নদী আৰু জলসম্পদ পৰিচালনাৰ বাবে ৫০ বছৰীয়া মাষ্টাৰপ্লেন প্ৰদান কৰিবলৈ চীনক অনুৰোধ কৰিছে।

Apply Now

চীনৰ জলসম্পদ মন্ত্ৰী লি গুয়িংৰ সৈতে সাক্ষাতৰ সময়ত ইউনুছে এই আহ্বান জনাইছিল। ইউনুছে চীনা জল আৰু বান্ধ ব্যৱস্থাপনা প্ৰণালীৰ প্ৰশংসা কৰি কয়, চীনে পানীৰ সমস্যা নিয়ন্ত্ৰণ কৰাত সফল হৈছে, আৰু তেওঁলোকেও  সেই ব্যৱস্থাপনাৰ জৰিয়তে সফলতা লাভ কৰিব বিচাৰে।

তেওঁ লগতে কয় বাংলাদেশ এখন বদ্বীপৰ দেশ, য’ত বাৰে বাৰে বান আহে। জনসংখ্যা বৃদ্ধি আৰু পৰিৱর্তিত পৰিস্থিতিত সাৱধানতাৰ প্ৰয়োজন। তেওঁ বাংলাদেশৰ ব্ৰহ্মপুত্ৰ নদী আৰু চীনা জলবিদ্যুৎ প্ৰকল্পৰ বিষয়ে ভাৰতৰ উদ্বেগৰ বিষয়েও উত্থাপন কৰে। বিশেষজ্ঞসকলে শংকা প্ৰকাশ কৰিছে যে চীনৰ ১৩৭ বিলিয়ন ডলাৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণে ভাৰত আৰু বাংলাদেশৰ ওপৰত বিশেষ প্ৰভাব পেলাব।

চীনৰ থ্ৰী গৰ্জেছ বান্ধতকৈ এই প্ৰকল্পই তিনিগুণ শক্তি উৎপাদন কৰিব যদিও চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত এই জলবিদ্যুৎ প্ৰকল্পৰ প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে, তথাপি এই প্ৰকল্পৰ নিৰ্মাণে ভাৰত আৰু বাংলাদেশৰ জলসম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।

প্ৰতিবেদন অনুসৰি বেংককত মোদী আৰু ইউনুছৰ মাজত বৈঠকৰ ব্যৱস্থা কৰিবলৈ ঢাকাই নতুন দিল্লীৰ কাষ চাপিছে । অৱশ্যে ভাৰতে এই অনুৰোধটোৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব নোৱাৰে বুলি বিষয়টোৰ পৰা গা এৰি চলিছে । ইফালে শনিবাৰে চীন ভ্ৰমণৰ সামৰণিৰ সময়ত ইউনুছে চীনা বিনিয়োগকাৰীসকলক বাংলাদেশৰ তিস্তা নদীৰ জল ব্যৱস্থাপনা প্ৰকল্পত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। উল্লেখ যে ইয়াৰ পূৰ্বে হাছিনাই ভাৰতক একে অনুৰোধ কৰিছিল।

ইউনুছৰ এনে কাৰ্য কলাপে ভাৰত আৰু বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। ইয়াৰ পিছত দুই দেশৰ সম্পৰ্ক কোন দিশে গতি কৰিব সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm
সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

June 4, 2026 4:21 pm
প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

June 4, 2026 3:33 pm
মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm
সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

June 4, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd