• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পেলনীয়া ফুট ছাই বেচি কোৰোণাৰে ধন চপাইছে বাংলাদেশে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 10, 2020 1:34 pm

1 min read

wood-ash-public-
2.4k
VIEWS
Share on FacebookShare on Twitter

চৌকাৰ ফুট ছাই কণো যে ধন ঘটাৰ মাধ্যম হ’ব পাৰে সেই কথা হয়তো বহুতে ভাবিবই নোৱাৰে। কিন্তু বহুতে নভবা কথাটোৱেই ভাবি উলিয়াই এতিয়া কোৰোণাৰে ধন চপাইছে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশে।

ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণৰ সময়ত বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰে অৰ্থনীতি ভাগি পৰিছে যদিও বাংলাদেশৰ অৰ্থনীতিক ভালেখিনি সুস্থিৰ কৰি ৰাখিছে ফুট ছাইয়ে।

৭৫ শতাংশ কাৰ্বন উপাদানেৰে পৰিপূৰ্ণ ফুট ছাই প্ৰসাধন সামগ্ৰী প্ৰস্তুতকে ধৰি আন বহু উদ্যোগত ব্যৱহাৰ হৈ আহিছে।

ফুট ছাই বেটাৰী, কাৰ্বন পেপাৰ,পানী পৰিষ্কৰণত ব্যৱহাৰ কৰা ফিল্টাৰৰ উপাদান,ফটোস্টেট মেচিনৰ চিঁয়াহী, দাঁত ঘঁহা পাউদাৰ, বাচন ধোৱা চাবোন আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।

আনকি শাক-পাচলিৰ খেতিতো ফুট ছাইৰ পৰা তৈয়াৰ কৰা সাৰ প্ৰয়োগ কৰা হয়।

এনে বহুমুখী ব্যৱহাৰযোগ্য সামগ্ৰী ফুট ছাই উৎপাদন কৰিবলৈ বাংলাদেশত স্থাপন কৰা হৈছে ডাঙৰ ডাঙৰ কাৰখানা।

বাংলাদেশে ২০০৯ চনৰ পৰাই বিদেশলৈ  ফুট ছাই ৰপ্তানি কৰি আহিছে।

ফুট ছাই ৰপ্তানি কৰি বাংলাদেশে এই বেলি অৰ্জন কৰিছে ১২৯ কোটি ৭৮ লাখ মাৰ্কিন ডলাৰ।

বাংলাদেশৰ মুঠ ৰপ্তানি কৰা সামগ্ৰীৰ ভিতৰত ৬৪.৫৩ শতাংশই হৈছে ফুট ছাই।

Recent News

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd